সাংসদ আব্দুল খালেকে ভাৰতৰ বুৰঞ্জী নেজানে৷তেওঁ মোগলৰ বুৰঞ্জী পঢ়িছে৷মোগলৰ বহু আগৰে পৰা ভাৰতৰ বুৰঞ্জী আছে৷পাচ হেজাৰ বছৰেকীয়া এটি সনাতনি সংস্কৃতি৷খালেকে প্ৰলাপ বকিছে৷এই মন্তব্য মংগলদৈ লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ৷উল্লেখ্য যে বুধবাৰে নলবাৰী নাট্যমন্দিৰত অনুষ্ঠিত হোৱা শুক্লেশ্বৰ মেধি স্মাৰক বক্তৃতা অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ আগত এই মন্তব্য কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণত সদৌ অসম ভিত্তিত মাৰাথন প্ৰতিযোগীৰ লগে লগে দৌৰ মন্ত্ৰী যোগেন মহনৰ
মৰাণত সদৌ অসম ভিত্তিত মাৰাথন প্ৰতিযোগীৰ লগে লগে দৌৰ মন্ত্ৰী যোগেন মহনৰ
અમદાવાદ ખાતે આવેલ સરસપુર માં મર્ડર નું બનાવ જાણો ત્યાંના રહીશો દ્વારા વધુ માહિતી sms news ઉપર
અમદાવાદ ખાતે આવેલ સરસપુર માં મર્ડર નું બનાવ જાણો ત્યાંના રહીશો દ્વારા વધુ માહિતી sms news ઉપર
અમરજ્યોત એજ્યુકેશન ટ્રસ્ટ અને રોટરી ક્લબ ઓફ રાધનપુરના સંયુક્ત ઉપક્રમે ધ્વજવંદન કાર્યક્રમ યોજાયો
અમરજ્યોત એજ્યુકેશન ટ્રસ્ટ અને રોટરી ક્લબ ઓફ રાધનપુરના સંયુક્ત ઉપક્રમે ધ્વજવંદન કાર્યક્રમ યોજાયો
Gayatri Joshi accident | Shah Rukh Khan की हिरोइन की गाड़ी का जबरदस्त एक्सीडेंट....| News18
Gayatri Joshi accident | Shah Rukh Khan की हिरोइन की गाड़ी का जबरदस्त एक्सीडेंट....| News18