১৯৮৮ বেটচৰ অসম-মেঘালয় কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা ৰাজ্যৰ মাননীয় মুখ্য সচিব শ্ৰীজিষ্ণু বৰুৱা ডাঙৰীয়াই আজি আনুষ্ঠানিকভাৱে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ দিন ধৰি তেখেতৰ সৈতে ৰাজ্যখনৰ উন্নয়নৰ দিশৰ সৈতে জড়িত বিভিন্ন বিষয়ত ঘনিষ্ঠভাৱে মই কাম কৰিছিলোঁ। বিভিন্ন কঠিন কাম সুকলমে সমাধান কৰাৰ ক্ষেত্ৰত এগৰাকী সুদক্ষ বিষয়াৰূপে পৰিচিত বৰুৱা ডাঙৰীয়াই তিনি দশকৰো অধিক দীঘলীয়া সেৱাকালত ৰাজ্যখনত প্ৰশাসনৰ দিশত অপৰিসীম অৱদান আগবঢ়াই গৈছে। আজি মুখ্য সচিবৰ কাৰ্যালয়ত উপস্থিত হৈ তেখেতৰ সু-স্বাস্থ্য আৰু ভৱিষ্যৎ জীৱনৰ কুশল-মংগল কামনা কৰোঁ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jammu Kashmir Terrorist Attack Update: आतंकी हमले के चश्मदीद ने बताया कैसे चली गोलियां? | Aaj Tak
Jammu Kashmir Terrorist Attack Update: आतंकी हमले के चश्मदीद ने बताया कैसे चली गोलियां? | Aaj Tak
Manipur: मणिपुर के जिरीबाम में तीन महिलाओं के शव मिले, उग्रवादियों ने 6 लोगों को बनाया था बंधक
इंफाल। मणिपुर के जिरीबाम जिले में तनाव जारी है। यहां सोमवार को संदिग्ध कुकी उग्रवादियों ने तीन...
ગુજરાત કોંગ્રેસ માટે માઠા સમાચાર..
ગુજરાત કોંગ્રેસ માટે માઠા સમાચાર મળી રહ્યા છે. ગુજરાત વિધાનસભા માં કોંગ્રેસ ને વિપક્ષ ના નેતાનું...
RBI Lifts Restrictions On Bajaj Finance | पाबंदी हटने से क्या इस Stock में लौटेगी जोरदार तेजी?
RBI Lifts Restrictions On Bajaj Finance | पाबंदी हटने से क्या इस Stock में लौटेगी जोरदार तेजी?
રોમિયો ને ઝડપી પાડતી પોલીસ
દીપીકા ગાર્ડન પાસે આવતી જતી છોકરીઓ ને અભદ્ર ચેનચાળા કરતા એક ઈસમને પકડીને તેના વિરુધ કાર્યવાહી...