তিনিচুকীয়াৰ ঐতিহাসিক দেৱী পুখুৰীত ক্ৰিয়েটিভ ক্লাৱ অফ তিনিচুকীয়াৰ উদ্যোগত ব্যতিক্ৰম ৰূপত গনেশ পূজাৰ আয়োজন কৰিছে ৷ মূল মণ্ডপ ভাৰত মাতাৰ থিম ব্যৱহাৰ কৰাৰ লগতে অমৰ জোৱানসকলক সন্মান জনাইছে ৷ সমান্তৰালভাৱে উদ্যোক্তাসমিতিয়ে I love Tinsukia লিখি এটা অতি সুন্দৰ ফটো ফেম নিৰ্মাণ কৰিছে যাক লৈ এতিয়া ফটো উঠিবলৈ হেতাওপৰা লাগিছে তিনিচুকীয়াবাসীৰ মাজত ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'सख्त आदेश पारित करने वाले हैं...’Baba Ramdev पर Supreme Court की बड़ी कार्रवाई |Patanjali Ayurved
'सख्त आदेश पारित करने वाले हैं...’Baba Ramdev पर Supreme Court की बड़ी कार्रवाई |Patanjali...
Golaghat Breaking.….গোলাঘাটৰ বৰজান চাহ বাগিচাত সোপাধৰাৰ সন্দেহত উতপ্ত পৰিস্থিতি গোলাঘাট আৰক্ষীৰ
Golaghat Breaking.….
গোলাঘাটৰ বৰজান চাহ বাগিচাত সোপাধৰাৰ সন্দেহত উতপ্ত পৰিস্থিতি...
বৰাহী গাৱত কৃষি মেলা
*গোলাঘাট কৃষি বিভাগৰ উদ্যোগত বৰাহী গাওঁত কৃষি মেলা*
মিলেটৰ দ্বাৰা প্ৰস্তুত কৰা...
শ্বহীদ ভৱনৰ তলা ভঙা কাৰ্যক আছুৰ গৰিহণা।
শ্বহীদ ভৱনৰ তলা ভঙা কাৰ্যক আছুৰ গৰিহণা। ছিপাঝাৰৰ শ্বহীদ ভৱনৰ তলা ভঙা BJP কৰ্মীৰ বিৰুদ্ধে মঙ্গলদৈ...
অভয়াপুৰীৰ শংকৰদেৱ শিশু নিকেতনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মেজিঘৰ জ্বলাই ভোগালী বিহু পালন
অভয়াপুৰীৰ শংকৰদেৱ শিশু নিকেতনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মেজিঘৰ জ্বলাই ভোগালী বিহু পালন