মাজুলীত দুইমান বজাত অহা প্ৰবল ধুমুহা-বতাহৰ ফলত উজনি মাজুলীৰ ভকতিদুৱাৰ ,ফুলনি , কটীয়াচাপৰি আদিকে ধৰি বহুস্থানৰ লোক সকলৰ বিস্তৰ ক্ষতিসাধন হয় ৷ বহুলোকৰ ঘৰৰ  এৰাইছে টিং ,ভাগিছে ভড়ালঘৰ ৷