ডবকা আৰক্ষীৰ অভিযানত বৃহত পৰিমানৰ নকল নোট সহ গড়ৰ খৰ্গ এটা জব্দ৷ 
লগতে কামপুৰৰ টুবুকী গাৱৰ ৰফিকুল ইছলাম নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰে৷ 
ধৃত লোকজনে নীলবাগানত কোনো লোকক উক্ত টকাখিনি দিব অহাৰ এক তথ্য লাভ কৰিছিল হোজাইৰ আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থই৷