আজি গণেশ চতুৰ্থী । ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথিত গণেশ চতুৰ্থী ব্ৰত ৰখাহয়। দেশৰ বিভিন্ন প্ৰান্তত গণেশ চতুৰ্থী পালন কৰাহয়। এই দিনটোত গণপতি মূৰ্তি স্থাপন কৰি বিধি অনুসৰি পুজা অৰ্চনা কৰাহয়। গণপতি বাপ্পাক ৯ দিনলৈ ঘৰ বা পেণ্ডেলত ৰখাহয়। আৰু গণেশ চতুৰ্থীৰদিনা বিসৰ্জন দিয়া হয়। অৱশ্যে নিজৰ সুবিধা অনুযায়ী ৯দিনতকৈ কম দিনৰ বাবেও গণপতিক স্থাপন কৰাহয়। এই গণেশ চতুৰ্থীক ভাদ্ৰ পদৰ বিনায়ক চতুৰ্থী বুলিও কোৱা হয়।মৰান নগৰৰ দৈনিক বজাৰ ।, পিয়লি নগৰ ।নিউ মাৰ্কেট ইত্যাদি বিভিন্ম স্থানত গণেশ চতুৰ্থী পূজা অনুষ্ঠিত কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ঢকুৱাখনাত প্ৰখৰ সূৰ্যৰ তাপত হাজাৰ হাজাৰ মাছৰ মৃত্যু || উৎকট গৰম বাবে অমুদবৰবাৰীৰ উজানতলিৰ চলা পথাৰত মৃত্যু হৈছে হাজাৰ হাজাৰ মাছ,চিন্তিত জনসাধাৰণ
এপিনে সমগ্ৰ ৰাজ্যত পুনৰ আৰম্ভ হৈছে কভিডৰ তৃতীয় ঢৌ ৷ ইয়াৰ সমান্তৰালভাবে ধাৰাষাৰ বৰষুণে ৰাজ্যত...
ಕರ್ನಾಟಕ ರಾಜ್ಯ ವಕ್ಫ್ ಮಂಡಳಿಯ ಅಧ್ಯಕ್ಷರಾದ ಅನ್ವರ್ ಬಾಷ ಅವರ ಅಕ್ರಮಗಳ ಬಗ್ಗೆ ಉನ್ನತ ಮಟ್ಟದ ತನಿಖೆಯಾಗಬೇಕು ಎಂದು 'ಕರ್ನಾಟಕ ರಾಜ್ಯ ಮುಸ್ಲಿಂ ಯುವ ವೇದಿಕೆ'ಯಿಂದ ಒತ್ತಾಯ
ಬೆಂಗಳೂರು, ಫೆಬ್ರವರಿ 22, 2025
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ 'ಕರ್ನಾಟಕ ರಾಜ್ಯ ಮುಸ್ಲಿಂ ಯುವ ವೇದಿಕೆ' ಯ...
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು ಆಯುಷ್ ಸಚಿವಾಲಯದ 100 ದಿನಗಳ ಸಾಧನೆಗಳ ಬಗ್ಗೆ ಪತ್ರಿಕಾಗೋಷ್ಠಿ ಹಮ್ಮಿಕೊಳ್ಳಲಾಗಿತ್ತು.
ಅಕ್ಟೋಬರ್ 15, 2024
ಆಯುಷ್ ಸಚಿವಾಲಯ, ಭಾರತ ಸರ್ಕಾರ ದ 100 ದಿನಗಳ ಸಾಧನೆಗಳು
ಕೇಂದ್ರೀಯ ಆಯುರ್ವೇದ...
Bangladesh protests Mamata Banerjee's 'shelter' remark, calls it 'provocative': Reports
West Bengal chief minister Mamata Banerjee Provided by Hindustan TimesW est Bengal chief minister...