প্ৰাচীন ঐতিহ্য আৰু গৰিমাৰে মহিমামণ্ডিত অসমৰ জিলাসমমূহৰ ভিতৰত অন্যতম ধেমাজি জিলা ৷ ১৯৮৯ চনৰ ২ অক্টোবৰত জিলা হিচাপে ঘোষিত ধেমাজি জিলাৰ পূৰ্ণাঙ্গ বুৰঞ্জী অদ্যাপি প্ৰকাশ নোহোৱাত শেহতীয়াকৈ আগবাঢ়ি আহিছে অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা ধেমাজি সাহিত্য সভা ৷ অলপতে ধেমাজি সাহিত্য সভাই তিলেন গগৈক মুখ্য সম্পাদক , বগেন গগৈ আৰু নিবেদিতা বৰা সন্দিকৈক সম্পাদক হিচাপে লৈ গঠন কৰা সম্পাদনা সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠকত " পূৰ্ণাঙ্গ ধেমাজি বুৰঞ্জী " প্ৰণয়নৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় আৰু অহা ২৫ মাৰ্চত বৃহৎ গ্ৰন্হখন উন্মোচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ধেমাজি সাহিত্য সভাৰ সভাপতি লক্ষী বৰগোহাঁয়ে জানিবলৈ দিয়ামতে ১ হাজাৰ পৃষ্ঠাযুক্ত এই বৃহৎ গ্ৰন্হখনত ধেমাজি জিলাৰ সামাজিক , সাংস্কৃতিক , শৈক্ষিক , সাহিত্য , বাণিজ্যিক , ৰাজনৈতিককে ধৰি সকলো দিশ সন্নিবিষ্ট কৰা হ'ব ৷
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  प्रभारी सचिव ने एमजेएस कार्याे,सीएचसी, उचित मुल्य दुकानों का निरीक्षण 
 
                      बूंदी जिले के प्रभारी सचिव कुंजीलाल मीणा ने मंगलवार को हिण्डोली क्षेत्र में एमजेएस, मनरेगा,...
                  
   ડીસા નગરપાલિકા દ્વારા મોરબી દુર્ઘટનાના મૃત્યુ પામેલા સદગતોના આત્માને શાંતિ અર્થે પ્રાર્થના અને શ્રધ્ધાંજલિ અર્પણ  
 
                      *ડીસા નગરપાલિકાના સભા હોલમાં મોરબી ઝુલતા પુલમાં મૃત્યુ પામેલા લોકોની આત્માને શાંતિ માટે પ્રાર્થના...
                  
   Moscow: Daughter of Putin's brain and ally killed in car explosion 
 
                      Moscow: Daughter of Putin's brain and ally killed in car explosion 
                  
   
  
  
  
  