প্ৰাচীন ঐতিহ্য আৰু গৰিমাৰে মহিমামণ্ডিত অসমৰ জিলাসমমূহৰ ভিতৰত অন্যতম ধেমাজি জিলা ৷ ১৯৮৯ চনৰ ২ অক্টোবৰত জিলা হিচাপে ঘোষিত ধেমাজি জিলাৰ পূৰ্ণাঙ্গ বুৰঞ্জী অদ্যাপি প্ৰকাশ নোহোৱাত শেহতীয়াকৈ আগবাঢ়ি আহিছে অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা ধেমাজি সাহিত্য সভা ৷ অলপতে ধেমাজি সাহিত্য সভাই তিলেন গগৈক মুখ্য সম্পাদক , বগেন গগৈ আৰু নিবেদিতা বৰা সন্দিকৈক সম্পাদক হিচাপে লৈ গঠন কৰা সম্পাদনা সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠকত " পূৰ্ণাঙ্গ ধেমাজি বুৰঞ্জী " প্ৰণয়নৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় আৰু অহা ২৫ মাৰ্চত বৃহৎ গ্ৰন্হখন উন্মোচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ধেমাজি সাহিত্য সভাৰ সভাপতি লক্ষী বৰগোহাঁয়ে জানিবলৈ দিয়ামতে ১ হাজাৰ পৃষ্ঠাযুক্ত এই বৃহৎ গ্ৰন্হখনত ধেমাজি জিলাৰ সামাজিক , সাংস্কৃতিক , শৈক্ষিক , সাহিত্য , বাণিজ্যিক , ৰাজনৈতিককে ধৰি সকলো দিশ সন্নিবিষ্ট কৰা হ'ব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજકોટ ખાતે ના s.t. નાં કર્મચારીઓ દ્વારા પોતાની માંગ ને લઇને સરકાર ની વિરોધમાં પ્રદર્શન કર્યું હતું
રાજકોટ ખાતે ના s.t. નાં કર્મચારીઓ દ્વારા પોતાની માંગ ને લઇને સરકાર ની વિરોધમાં પ્રદર્શન કર્યું હતું
મહાકાય અજગર દેખાયો. વનવિભાગ તરત દોડ્યુ.. જુઓ વૉઈઝ ઑફ મહીસાગર ન્યુઝ.
મહાકાય અજગર દેખાયો. વનવિભાગ તરત દોડ્યુ.. જુઓ વૉઈઝ ઑફ મહીસાગર ન્યુઝ.
How Smoking Kills? (3D Animation)
How Smoking Kills? (3D Animation)
ડીસામાં વ્યાજખોરના ત્રાસથી ખેડૂતે ઝેરી પ્રવાહી પી આત્મહત્યાની કોશિશ કરતાં ચકચાર
ડીસામાં વ્યાજખોરના કારણે વધુ એક ખેડૂતે આત્મહત્યા કરવાની કોશિશ કરી છે. માલગઢના ખેડૂતે પોતાની...