*গোলাঘাটত অনুষ্ঠিত মহাপুৰুষীয়া ভাওনা*

গোলাঘাটত ২৯ আগষ্ট তাৰিখে গোলাঘাট পঞ্চতীৰ্থ মন্দিৰ প্ৰাংগনত স্হানীয় শিল্পী সকলৰ দ্বাৰা অভিনিত এখনি মহাপুৰুষীয়া ভাওনা অনুষ্ঠিত হৈ যায়। 

 অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ প্ৰচেষ্টাক সকলোৱে শলাগ লয়।