নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত দুলিয়াপথাৰ নিবাস বিশিষ্ট শিক্ষক তথা সামাজিক আৰু সাংস্কৃতিক কাৰ্যকৰ্তা জিতেন শইকীয়াক পুনৰ বাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হয় ৷ ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা সংগঠন ফাউন্ডেশ্বনৰ উদ্যোগত আৰু হেল্প ইন্ডিয়া চছাইটিৰ সহযোগত গুৱাহাটীত অনুষ্ঠিত হোৱা National Level Dance & Award Show ত আজি সন্মানিত কৰা হয় জিতেন শইকীয়াক ৷ ইয়াৰ পূৰ্ৱে শইকীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ত বাক শিৰোমণি উপাধি আৰু শিক্ষাৰত্ন বঁটাৰে সন্মানিত হৈছিল ৷ নাৰায়ণপুৰৰ বিশিষ্ট শিক্ষক আৰু সমাজকৰ্মীগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সন্মানিত হোৱাত আনন্দিত নাৰায়ণপুৰবাসী ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જસદણ સાણથલી બંધ બોર અચાનક પાણી ફુવારા છુટીયા ધટના કેમેરા કેદ થઈ
જસદણ સાણથલી બંધ બોર અચાનક પાણી ફુવારા છુટીયા ધટના કેમેરા કેદ થઈ
છેલ્લા એક વર્ષથી નાસતા-ફરતા આરોપીને બનાસકાંઠા પરોલ ફ્લોર સ્કોડે પાલનપુરથી ઝડપી પાડ્યો
બનાસકાંઠા પરોલ ફ્લોર સ્કોડે છેલ્લા એક વર્ષથી નાસ્તા ફરતા આરોપી પાલનપુર વિસ્તારમાંથી ઝડપી પાડ્યો...
मराठा आरक्षणाच्या मागणी साठी भांबेरी गाव एकटवला
मराठा आरक्षणाच्या मागणी साठी भांबेरी गाव एकटवला
जेसीआई सप्ताह का समापन
जेसीआई कोटा स्टार ने रविवार को जेसीआई सप्ताह का समापन किया गया। अध्यक्ष रवि गर्ग ने बताया कि इसके...