মঙ্গলদৈত ATM সালসলনি কৰি লুটি নিলে ১লাখ ৭০ হাজাৰ টকা।দুষ্টচক্ৰৰ টাৰ্গেট সহজ সৰল অৱসৰী লোক। মঙ্গলদৈ থানাত এজাহাৰ দাখিল।নতুন নতুন কৌশল অৱলম্বন কৰি লুটিছে ধন।