পৱিত্ৰ গণেশ চতুৰ্থী উপলক্ষে লতাশিল মন্দিৰত সহধৰ্মিনীৰ সৈতে গণেশ বাবাৰ আশীষ ললে মন্ত্ৰী যোগেন মহনে। লগতে সকলো ৰাইজৰ কামনাৰ্থে অপায়-অমংগল আঁতৰ হৈ সকলোৰে মংগল আৰু সুখ-সমৃদ্ধি সাধন হওক, তাৰেই কামনাৰে সিদ্ধিদাতাৰ শ্ৰীচৰণত সেৱা জনাই।