মাজুলী শিক্ষা বিভাগত আজব ঘটনা ৷ মাজুলী শিক্ষা খণ্ডৰ অন্তৰ্গত আউনীআটী বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ত আজি দুবছৰে নিৰুদ্দেশ এজন শিক্ষক : বিদ্যালয়ৰ অভিভাৱকৰ মাজত হাহাঁকাৰ : শিক্ষক জনৰ ঘৰ কত তাৰো কোনো তথ্য নাই বিদ্যালয় আৰু মাজুলীৰ শিক্ষা বিভাগৰ হাতত ৷ সাংবাদিক বিদ্যালয় খনত উপস্থিত হৈ শিক্ষক জনৰ তথ্য বিচৰাত অভিভাৱক সকলে বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে আনি থোৱা শিলৰ ড'মৰ মাজৰ পৰা উলিয়াই আনিলে বিদ্যালয় খনৰ শিক্ষকৰ ছবি সম্বলিত এখন বেনাৰ আৰু মাধুৰ্য্য বৰাৰ চেহেৰা উলিয়াবলৈ চাবুন সানি ধুইছে বেনাৰ উলাইছে মাধুৰ্য্যৰ মুখৰ কালাৰ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহাত খণ্ড পৰ্যায়ৰ শিক্ষন শিকন সামগ্ৰী প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা সম্পন্ন,২৮টা ক্লাষ্টাৰৰ ৫০বিদ্যালয়ৰ অংশ গ্ৰহন।২৮ডিচেম্বৰত জিলা পৰ্যায়ৰ প্ৰতিযোগিতা।
ৰহাত আজি খণ্ড পৰ্যায়ৰ শিক্ষন শিকন সামগ্ৰী প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা সম্পন্ন হোবাৰ লগতে বিজয়ী...
Mukherjee Nagar PG Fire: मुखर्जी नगर मेंएक और अग्निकांड, पहले कोचिंग सेंटर अब गर्ल्स हॉस्टल में आग !
Mukherjee Nagar PG Fire: मुखर्जी नगर मेंएक और अग्निकांड, पहले कोचिंग सेंटर अब गर्ल्स हॉस्टल में आग !
आचार्य मनीष जी का बड़ा खुलासा 1 हफ्ते में चश्मे से छुटकारा || Hiims Hospital || Eye || 87258-87258
आचार्य मनीष जी का बड़ा खुलासा 1 हफ्ते में चश्मे से छुटकारा || Hiims Hospital || Eye || 87258-87258
ગાંધીનગર આરોગ્ય કર્મચારીઓની સરકાર સાથે બેઠક થઈ પૂર્ણ
#buletinindia #gujarat #gandhinagar
Smartphone launch in February: Nothing से लेकर Vivo तक, ये ब्रांड्स लॉन्च करेंगे अपने स्मार्टफोन
नए साल का पहला महीना काफी खास रहा है क्योंकि बहुत सी कंपनी ने अपने कस्टमर्स के लिए स्मार्टफोन...