বোকাখাত আৰক্ষীৰ জালত গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত দুজন । মঙলবাৰে গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত দুজন ব্যক্তিক গড়ঁৰ খৰ্গসহ আটক কৰে বোকাখাট আৰক্ষীয়ে ৷ আৰক্ষীৰ অভিযান চলাই বোকাখাতৰ ম’হমাইকী গাঁৱৰ নিজা বাসগৃহৰ পৰা ভক্ত বাহাদুৰ থাপা নামৰ এজন লোকক আটক কৰে ৷পৰৱৰ্তী সময়ত ধৃত ভক্ত বাহাদুৰ থাপাৰ স্বীকাৰোক্তিৰ ভিত্তিত আন এজনক আটক কৰে আৰক্ষীয়ে। বোকাখাত আৰক্ষীয়ে বোকাখাত আমটেঙা গাঁৱৰ নিৱাসী বোধেশ্বৰ চিন্তে ওৰফে বুধাই চিন্তেক গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়়িত থকাৰ অপৰাধত আটক কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: फ्लाइट में बम की झूठी खबर देने के खिलाफ एक्शन, 10 सोशल मीडिया हैंडल्स ब्लॉक | Aaj Tak
Breaking News: फ्लाइट में बम की झूठी खबर देने के खिलाफ एक्शन, 10 सोशल मीडिया हैंडल्स ब्लॉक | Aaj Tak
ঘিলাধাৰীত প্ৰয়াত হৰিনাৰায়ণ বৰুৱা ৫৩তম মৃত্যু দিৱস পালন
ঘিলাধাৰীত প্ৰয়াত হৰিনাৰায়ণ বৰুৱা ৫৩তম মৃত্যু দিৱস পালন
सवड येथे मराठवाडा मुक्ती संग्राम दिनानिमित्त वेशभूषा धारण करून दिला सर्व धर्म समभावाचा संदेश
सवड येथे मराठवाडा मुक्ती संग्राम दिनानिमित्त वेशभूषा धारण करून दिला सर्व धर्म समभावाचा संदेश...
पिंपरनई येथे नवीन सभा मंडपाचे उद्घाटन व अखंड हरिनाम सप्ताहाची झाली सांगता@india report
पिंपरनई येथे नवीन सभा मंडपाचे उद्घाटन व अखंड हरिनाम सप्ताहाची झाली सांगता@india report