আজি গণেশ চতুৰ্থী।দেশৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইতো তিনিদিনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰা হৈছে গণেশ পূজা।হোজাইৰ নতুন বজাৰ ব্যৱসায়ী সংস্থাৰ উদ্যোগত নতুন বজাৰৰ পাঁচআলিত উদযাপন কৰা হৈছে এই গণেশ পূজা। অস্থায়ী বাবে পেণ্ডেল সাজি গণেশ দেৱতাক অস্থায়ী বেদীত অধিষ্ঠিত কৰি আয়োজন কৰিছে এই গণেশ পূজা।তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই পূজাই এইবেলি পঞ্চমটো বৰ্ষত দিছে ভৰি।উক্ত পূজাত বিভিনস্থানৰ পৰা অহা ভক্তগণে কৰিছে পূজাঅৰ্চনা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Tirupati लड्डू विवाद से जुड़ी 3 याचिकाएं SC पहुंची, 30 सितंबर को होगी सुनवाई | AajTak
Breaking News: Tirupati लड्डू विवाद से जुड़ी 3 याचिकाएं SC पहुंची, 30 सितंबर को होगी सुनवाई | AajTak
শিৱসাগৰত বিশ্ব যক্ষ্মা দিৱস সফলতাৰে সম্পন্ন
শিৱসাগৰঃ শিৱসাগৰ আদৰ্শ চিকিৎসালয়ত এদিনীয়া কাৰ্য্যসূচীৰে বিশ্ব যক্ষ্মা দিৱস উদ্যাপন ৷ জিলা...
ભાભર તાલુકા ગોસણ પ્રાથમિક શાળામાં શિક્ષક તરીકે ફરજ બજાવતા શિક્ષકની બદલી થતાં ભાવુક દૃશ્યો જોવા મળ્યા
ભાભર તાલુકા ગોસણ પ્રાથમિક શાળામાં શિક્ષક તરીકે ફરજ બજાવતા શિક્ષકની બદલી થતાં ભાવુક દૃશ્યો જોવા મળ્યા
परभणी बहुजन आघाडीच्या वतीने महानगरपालिकेच्या विरोधात विविध मागण्यासाठी रास्ता रोको
परभणी बहुजन आघाडीच्या वतीने महानगरपालिकेच्या विरोधात विविध मागण्यासाठी रास्ता रोको
...