আজি গণেশ চতুৰ্থী অৰ্থাৎ গণোৎসৱ। সমগ্ৰ দেশ জুৰি পালন কৰা হৈছে গণেশ চতুৰ্থী। তেনেদৰেই বি টি আৰ প্ৰান কেন্দ্ৰ কোকৰাঝাৰ চহৰৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে ৰক্ষক আৰু বুদ্ধিমত্তাৰ ঈশ্বৰ গণেশ দেৱতাৰ পূজা। কোকৰাঝাৰ মেইন ৰোডস্থিত চহৰৰ আটাইতকৈ পুৰণি গণেশ মণ্ডপত অগণন ভক্ত । হাতে হাতে প্ৰসাদ লৈ গণেশ দেৱতাৰ ওচৰত মংগল কামনাৰ আশীষ ল'বলৈ ভিৰ হৈছে ভক্ত সকল।
Sponsored
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं