“শংকৰ-আজানৰ দেশত মৌলবাদীৰ স্হান নাই,

তেজপুৰত জেহাদীৰ বিৰুদ্ধে প্ৰতিবাদ৷ প্ৰতিবাদ সাব্যস্ত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ৷ পৰিষদৰ শোণিতপুৰ জিলা সমিতিয়ে ধৰ্ণা দি উত্তাল কৰি তোলে পৰিৱেশ৷