আজি গণেশ চতুৰ্থী অৰ্থাৎ গণোৎসৱ। সমগ্ৰ দেশ জুৰি পালন কৰা হৈছে গণেশ চতুৰ্থী। তেনেদৰেই বি টি আৰ প্ৰান কেন্দ্ৰ কোকৰাঝাৰ চহৰৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে ৰক্ষক আৰু বুদ্ধিমত্তাৰ ঈশ্বৰ গণেশ দেৱতাৰ পূজা। কোকৰাঝাৰ মেইন ৰোডস্থিত চহৰৰ আটাইতকৈ পুৰণি গণেশ মণ্ডপত অগণন ভক্ত । হাতে হাতে প্ৰসাদ লৈ গণেশ দেৱতাৰ ওচৰত মংগল কামনাৰ আশীষ ল'বলৈ ভিৰ হৈছে ভক্ত সকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত চাৰি জন
চতিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেৰেকীত সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনা। বিশ্বনাথ অভিমুখী মালবাহী...
MCN NEWS| २ ठिकाणी जबरी चोरी करत चोरट्यांनी वृध्द दांप्मत्यास केली बेदम मारहाण
MCN NEWS| २ ठिकाणी जबरी चोरी करत चोरट्यांनी वृध्द दांप्मत्यास केली बेदम मारहाण
Trump ने स्टीफन मिलर को दी इमिग्रेशन पॉलिसी मामलों की जिम्मेदारी तो टेंशन में आए भारतीय, क्या है पूरा मामला?
नई दिल्ली। डोनाल्ड ट्रम्प ने आव्रजन मामलों के विशेषज्ञ स्टीफन मिलर (Hawk Stephen...