মৰিগাঁৱৰ ভূৰাগাঁৱত ড্ৰাগছ সহ এজনক আটক ভূৰাগাঁও পাচঁআলিৰ পৰা গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীটো। ড্ৰাগছ সৰবৰাহকাৰীটো ধিং থানাৰ অন্তৰ্গত খৈৰাবাৰীৰ ৰফিকুল ইছলাম(৩৫) বুলি জানিব পৰা গৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ড্ৰাগছ ভৰ্তি দুটা চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। ড্ৰাগছ খিনি বিক্ৰী কৰাৰ উদ্দেশ্যেৰে ভূৰাগাঁৱলৈ অনাৰ সন্দেহ । ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰফিকুল ইছলামক সম্প্রতি ভূৰাগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
केंद्र सरकारने पीएफआय वर लावलेल्या बंदीचे क्ल्यारिफिकेशन दिले पाहिजे- सुळे
केंद्र सरकारने पीएफआय वर लावलेल्या बंदीचे क्ल्यारिफिकेशन दिले पाहिजे- सुळे
જવાહર મેદાન ખાતે 33 જિલ્લાના આરોગ્ય કર્મચારીઓના ધરણા
જવાહર મેદાન ખાતે 33 જિલ્લાના આરોગ્ય કર્મચારીઓના ધરણા
মাহমৰাৰ মৰাণ অইল ইণ্ডিয়াৰ প্ৰেক্ষাগৃহত ।তিনিদিনীয়া কাৰ্য্যসূচীৰে সদৌঅসম ভাওঁনা সমাৰোহ আৰম্ভ।
চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ।চক্ৰৰ অন্তৰ্গত মৰাণ অইল ইণ্ডিয়াৰ প্ৰেক্ষাগৃহত বৃহত্তৰ মৰাণ বাসীৰ...
તળાજા નજીક બાઇક અને ડમ્પર વચ્ચે સર્જાયેલ અકસ્માતમાં કોના વિરુદ્ધ ફરિયાદ નોંધાઈ?
તળાજા નજીક બાઇક અને ડમ્પર વચ્ચે સર્જાયેલ અકસ્માતમાં કોના વિરુદ્ધ ફરિયાદ નોંધાઈ?