মৰিগাঁৱৰ ভূৰাগাঁৱত ড্ৰাগছ সহ এজনক আটক ভূৰাগাঁও পাচঁআলিৰ পৰা গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীটো। ড্ৰাগছ সৰবৰাহকাৰীটো ধিং থানাৰ অন্তৰ্গত খৈৰাবাৰীৰ ৰফিকুল ইছলাম(৩৫) বুলি জানিব পৰা গৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ড্ৰাগছ ভৰ্তি দুটা চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। ড্ৰাগছ খিনি বিক্ৰী কৰাৰ উদ্দেশ্যেৰে ভূৰাগাঁৱলৈ অনাৰ সন্দেহ । ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰফিকুল ইছলামক সম্প্রতি ভূৰাগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વલભીપુર તાલુકાના ભાલ પંથકના ગામોમાં સિંહના આટા ફેરા વધતા માલધારીઓમાં રોષ જોવા મળ્યો
વલભીપુર તાલુકાના ભાલ પંથકના ગામોમાં સિંહના આટા ફેરા વધતા માલધારીઓમાં રોષ જોવા મળ્યો
शाखा प्रबंधक के स्थानांतरण पर स्टाफ ने दी विदाई
गुनौर : जिला सहकारी बैंक शाखा गुनौर के शाखा प्रबंधक राजेंद्र मिश्रा का स्थानांतरण...
जय गुरुदेव का वार्षिक तीन दिवस सत्यंग संबोधन से संपन्न पंकज जी महाराज के
जनपद आजमगढ़ में,जय गुरुदेव का वार्षिक तीन दिवस सत्यंग संबोधन से संपन्न पंकज जी महाराज के।मालूम...
3 કરોડ ખર્ચે રિવરફન્ટ્ર નાંખવામાં આવેલી જેટી સાબરમતીના નદીના ધસમસતા પ્રવાહમાં તણાઇ
રાજ્યમાં ઉત્તરગુજરાતમાં ભારે વરસાદ વરસી રહ્યો છે જેને લઇ નદીઓ તળાવો ડેમો છલકાઇ ઉઠ્યા છે ભારે...
Rishi Sunak News: G20 Summit में क्यों छाई रहींं Akshata Murthy? जानें क्या है वजह | Sanatan Dharm
Rishi Sunak News: G20 Summit में क्यों छाई रहींं Akshata Murthy? जानें क्या है वजह | Sanatan Dharm