নলবাৰী জিলাৰ অন্যতম ক্ৰীড়ানুষ্ঠান বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ উদ্যোগত অহা দহ চেপ্তেম্বৰৰ পৰা পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগনত ৩৪তম বৰ্ষৰ ২০তম বাৰ্ষিক প্ৰয়াত ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোঁৱৰণী প্ৰাইজমাণী চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷ইতিমধ্যে তবিবৰ ৰহমানক সভাপতি আৰু নাউধন শইকীয়াক সম্পাদক হিচাবে লৈ এখন খেল পৰিচালনা সমিতি গঠন কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বালিপৰাত বিদ্যুত মাচুল বৃদ্ধিৰ প্ৰতিবাদত ধৰ্ণা কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ #balipara
বালিপৰাত বিদ্যুত মাচুল বৃদ্ধিৰ প্ৰতিবাদত ধৰ্ণা কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ #balipara
कांग्रेस का EVM में खराबी का गाना शुरू', आणंद में पीएम मोदी बोले-पूरे चुनाव में मुझे गाली देते हैं
गुजरात विधानसभा चुनाव के बीच प्रधानमंत्री नरेंद्र मोदी शुक्रवार को आणंद पहुंचे. उन्होंने यहां...
મહાત્મા ગાંધીજીની જન્મ જયંતી નિમિત્તે આજે આમ આદમી પાર્ટી દ્વારા રાધનપુર રેફરેલ હોસ્પિટલ અને ભણસાલી ટ્રસ્ટ ખાતે ફ્રુટ વિતરણ કરાયું
મહાત્મા ગાંધીજીની જન્મ જયંતી નિમિત્તે આજે આમ આદમી પાર્ટી દ્વારા હોસ્પિટલ ખાતે ફ્રુટ વિતરણ કરાયું...
ઓમકારેશ્વર મહાદેવ મંદિર પાસે BJP યુવા મોરચા દ્વારા સદસ્યતા અભિયાન યોજાયુ
ઓમકારેશ્વર મહાદેવ મંદિર પાસે BJP યુવા મોરચા દ્વારા સદસ્યતા અભિયાન યોજાયુ
ৰহা যুৱক সংঘৰ একবিংশতিতম ৰঙালী বিহু উৎসব কালিৰ পৰা।
অনুষ্ঠিত হব বিভিন্ন খেল ধেমালী আৰু সদৌ অসম ভিত্তিত মুকলি একক অসমীয়া সুগম সংগীত প্ৰতিযোগিতা।
ৰহা যুৱক সংঘৰ উদ্যোগত অহা কালিৰ পৰা ৰহা ক্ৰীড়া সন্থাৰ খেলপথাৰত দুদিনীয়া কাৰ্য্যসূচীৰে একবিংশতিতম...