সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ লাকুৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি লাকুৱাত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ। লাকুৱা সৃজনী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিশেষ অভিনন্দন অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনায় লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাই। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট শিক্ষাব্ৰতী তথা বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કચ્છ: શિક્ષકની વિદાયમાં વિદ્યાર્થીઓ જ નહીં પણ આખું ગામ હિબકે ચઢયું...
શિક્ષકની વિદાયમાં ભાવુક થયું આખું ગામ.... કચ્છના ભૂજ તાલુકાના મિસરીયાડા શાળાનો...
ಕೇರಳದ ಗೋಕುಲಮ್ ಚಿಟ್ ಅಂಡ್ ಫೈನಾನ್ಸ್ ಕಂಪನಿಯ ವಿರುದ್ಧ ವಂಚನೆ ಆರೋಪ ಕೇಳಿಬಂದಿದೆ.
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಸುಪ್ರೀತ್ ತಂದೆ ನಟೇಶಚಾರಿ ಎಂಬುವರು ಪತ್ರಿಕಾಗೋಷ್ಠಿ ಹಮ್ಮಿಕೊಂಡಿದ್ದರು. ...
গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ত জি ২০ৰ অন্তৰ্গত ৱাই ২০ শীৰ্ষ সন্মিলনৰ প্ৰাক কাৰ্যসূচী সম্পন্ন।
ফৰকাটিং মহাবিদ্যালয়ত জি-২০ৰ অন্তৰ্গত ৱাই-২০ শীৰ্ষ সন্মিলনৰ প্রাক কাৰ্যসূচী সম্পন্ন।...
ડીસા ઉતર પોલીસ સ્ટેશનમાં પોસ્કો એકટ મુજબની નોંધાઈ ફરીયાદ..
ડીસા ઉતર પોલીસ સ્ટેશનમાં પોસ્કો એકટ મુજબની નોંધાઈ ફરીયાદ..
હાલોલની મસવાડ GIDC-2 ખાતે રૂરલ PI આર.એ.જાડેજા સહિત અનેક મહાનુભવોની હાજરીમાં મેગા વૃક્ષારોપણનો કાર્યક્રમ યોજાયો.
હાલોલ ખાતે આવેલી મસવાડ જીઆઇડીસી-૨ માં આજરોજ મેગા વૃક્ષારોપણના કાર્યક્રમનું ભવ્ય આયોજન મસવાડ...