মৰঙিৰ ৰংবংত সকলোতে এতিয়া গৰু ছাগলীৰ দৰে বিচৰন বন্যহস্তীৰ।১ নং ৰংবংৰ দৃশ্য এইয়া । বন্যহস্তীৰ এটা বৃহৎ জাক তিনিটা ভাগত বিভক্ত হৈ গাও,পথ ,পথাৰ আৰু মানুহৰ বাৰীত গৰু ছাগলীৰ দৰে বিচৰণ কৰিবলৈ লৈছে। নিশা হাতীৰ ভয়ত পথেৰে পাৰ হৈ যাবলৈ ভয় ৰাইজৰ। বাৰী ঘৰ তহিলং কৰাৰ ভয়ত বহু লোকেই নিশা উজাগৰে পাৰ কৰিব লগা হৈছে। খাদ্যৰ সংকটত পৰা হাতীয়েও থিতাপি লৈছে জনাঞ্চলত । বনাঞ্চল সংকুচিত হোৱাৰ ফলত দিশহাৰা এতিয়া বন্যপ্ৰাণী। যাৰ ফলত জনাঞ্চলত নিতৌ বিচৰন কৰিছে হাতীয়ে ।ইফালে বহু আশাৰে কৰা শালিধানৰ পথাৰ তহিলং কৰিবলৈ লোৱাত বিপাঙত পৰিছে কৃষক ৰাইজ । খেতিডৰাই জীৱিকাৰ ভৰষা হিচাপে লোৱা কৃষকে হাতীৰ বাবেই এতিয়া সংকটত পৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विद्युत आपूर्ति की कटौती को लेकर परेशान ग्रामीणों ने लगाया जाम, समस्या के समाधान के आश्वासन के बाद हटाया जाम
लाखेरी. मंगलवार को ग्राम पंचायत उतराना के ग्रामीणों ने बिजली कटौती की समस्या को लेकर लाखेरी-बूंदी...
Breaking News: 'गलती की सजा परिवार को नहीं दी जा सकती', बुलडोजर कार्रवाई पर SC की सख्त टिप्पणी
Breaking News: 'गलती की सजा परिवार को नहीं दी जा सकती', बुलडोजर कार्रवाई पर SC की सख्त टिप्पणी
રોડ પર ઉભેલી બોલેરો પીક-અપ સાથે રિક્ષા અથડાઇ: ચાલક અને મુસાફર ઈજાગ્રસ્ત
પાટડી ફુલ્કી રોડ પર અકસ્માતમા બે ઈજાગ્રસ્ત બન્યા હતા. જેમાં રોડ પર ઉભેલી બોલેરો પીક-અપ સાથે...
Sugandha Mishra Johnny Lever And Sanket Bhosale Break Down At Raju Srivastava Prayer Meet
Sugandha Mishra Johnny Lever And Sanket Bhosale Break Down At Raju Srivastava Prayer Meet