গুৱাহাটী মহানগৰীত পৰিবহণ বিভাগৰ বৃহৎ অভিযান। গণেশগুৰিত সুৰাপায়ী চালকৰ বিৰুদ্ধে চলিল অভিযান। বহু সুৰাপায়ী চালকৰ লগতে হেলমেট নিপিন্ধা লোকক জৰিমনা বিহিলে পৰিবহণ বিভাগে। শেহতীয়াকৈ মহানগৰীত ধাৰাবাহিক ভাবে হোৱা পথ দুৰ্ঘটনাৰ পিছতেই পুনৰ তৎপৰ হৈছে পৰিবহণ বিভাগ। ডাম্পাৰ, ট্ৰাক, বাইকসহ প্ৰতিখন বাহনতে চলিল তীব্ৰ অভিযান।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહેસાણા LCBએ મેવડ ટોલ નાકા પાસેથી કિયા કારમાંથી વિદેશી દારૂના જથ્થા સાથે 2ને દબોચ્યા
મહેસાણા : મહેસાણા LCB ની ટીમે રાજસ્થાન તરફથી વિદેશી દારૂનો જથ્થો ભરીને અમદાવાદ તરફ જઇ રહેલી કિયા...
खा.प्रितमताई मुंडे यांच्या प्रयत्नांमुळे बावीस गावच्या शेतकऱ्यांना मिळाला दिलासा
पैठण उजव्या कालव्याद्वारे लाभ क्षेत्रात सोडण्यात आले पाणी ; माजलगाव तालुक्यातील पिकांना मिळणार...
মহানগৰীৰ নেডফি হাউচত চুক্তি স্বাক্ষৰ অনুষ্ঠান
মহানগৰীৰ নেডফি হাউচত চুক্তি স্বাক্ষৰ অনুষ্ঠান। আই চি চি আৰু নেডফিৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন।...
Eviction drive is at Makum pathar by railway department at Margherita ,Tinsukia .
On 19th july an eviction drive is conducted at Makum pathar Margherita by railway department . On...