দৰঙৰ ঐতিহাসিক খটৰা সত্ৰৰ প্ৰেক্ষাগৃহত প্ৰয়াত নৰেশ্বৰ শৰ্মা বৰুৱা সোঁৱৰণি নাগাৰা নাম বিদ্যা মন্দিৰৰ জৰিয়তে নাগাৰা নামৰ পাঠক শিল্পীসকলক নাগাৰা নামৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ দৰং-ওদালগুৰি জিলা নাগাৰা নাম সংঘৰ উদ্যোগত অবিভক্ত দৰঙত ইতিমধ্যে প্ৰতিষ্ঠা হোৱা নৰেশ্বৰ শৰ্মা বৰুৱা সোঁৱৰণি নাগাৰা নাম বিদ্যা মন্দিৰৰ তত্ত্বাৱধানত ঐতিহাসিক খটৰা সত্ৰৰ প্ৰেক্ষাগৃহত প্ৰত্যেক দেওবাৰে নাগাৰা নামৰ পাঠক শিল্পীসকলক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷ দৰং-ওদালগুৰি জিলাৰ প্ৰায় ত্ৰিশ গৰাকী নাগাৰা নামৰ পাঠক শিল্পীক প্ৰশিক্ষণ প্ৰদান কৰে নাগাৰা নামৰ গুৰু লেখীয়া শিল্পী বলোৰাম বৈশ্য, নৰেশ্বৰ কলিতা, ধৰ্মকান্ত ডেকা, ঝিল্কা কলিতা, গনেশ ডেকা আৰু বলেন কুমাৰ শইকীয়াই ৷ দৰঙৰ অন্যতম লোককৃষ্টিৰ নাগাৰা নামৰ হেৰাই যাব ধৰা ঐতিহ্য ৰক্ষাৰ প্ৰচেষ্টা হিচাপে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব দিয়ে নাগাৰা নামৰ বিশিষ্ট শিল্পী বসন্ত চহৰীয়াই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोकण रेल्वे आमची, मग हुशारी कशाला तुमची! शौकत मुकादम वरिष्ठ अधिकाऱ्यांवर संतापले
रत्नागिरी : कोकण रेल्वेचा प्रकल्प ठरलेल्या वेळेमध्ये पुर्ण केला तेव्हा आम्ही कोकण रेल्वेच्या...
आज हो रही Realme 12 5G Series की मार्केट में एंट्री, ऐसे होंगे नए Smartphone के फीचर्स
रियलमी आज अपने भारतीय ग्राहकों के लिए Realme 12 5G Series लॉन्च करने जा रहा है। इस सीरीज में दो...
કોડીનાર : આઉટ સોર્સિંગ કંપનીના કર્મચારીઓ દ્વારા આવેદન
કોડીનાર : આઉટ સોર્સિંગ કંપનીના કર્મચારીઓ દ્વારા આવેદન
સાબરકાંઠા તલોદ ઉજેડીયા રોડ પાસે અંબાજી ચાલી ને જતાં પદ યાત્રિકો માટે સુંદર વિસામા નું આયોજન કરવામાં
સાબરકાંઠા તલોદ ઉજેડીયા રોડ પાસે અંબાજી ચાલી ને જતાં પદ યાત્રિકો માટે સુંદર વિસામા નું આયોજન કરવામાં
देशी दारूची अवैध वाहतूक करणाऱ्या विरुद्ध पोलीसांची कारवाई.
दोन जणांन विरुद्ध गुन्हा दाखल
वैजापूर :-
तालुक्यातील लासुर येथे स्कुटी वरुन देशी दारूची अवैध वाहतूक करणार्या...