জামুগুৰিয়া ৰাইজৰ সহযোগত “প্ৰজন্ম উন্মেষ” নামৰ এটি স্বয়ম্ভূ সংগঠনে নট সূৰ্য বটা প্ৰাপক জামুগুৰিহাটৰ সঙ্গীয়াচুক নিৱাসী ভোলা কটকীক “জামুগুৰি ৰত্ন” বটা প্ৰদান কৰিব বুলি চলোৱা প্ৰচাৰত আজি জাঙুৰ খাই উঠিছে জামুগুৰিহাটৰ ডেৰকুৰিৰো অধিক দল সংগঠন ৷ আজি জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত জামুগুৰি বাৰেচহৰীয়া ভাওনা সমিতিৰ উদ্যোগত সাহিত্য সভা, আটচা, জামুগুৰি জেষ্ঠ নাগৰিক সভা, শ্ৰীমন্ত শংকৰদেৱ সংঘ, বাৰেচহৰীয়া ৰাইজ সভা ,শংকৰ সমাজ, নাথ যোগী সন্মিলন, বাপুজী ভৱন নাট্য সমাজ, জামুগুৰি ক্ৰীয়া সন্থাকে ধৰি ডেৰকুৰিৰো অধিক অনুষ্ঠানে জামুগুৰিহাটৰ ৰাইজক বাৰে বাৰে অপমান, অপযশ দি অহা “প্ৰজন্ম উন্মেষ” নামৰ স্বয়ম্ভূ অনুষ্ঠানটিক নিষিদ্ধ কৰিবৰ বাৱে তথা আইনী ব্যৱস্থা গ্ৰহণৰ বাৱে জামুগুৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত কৰাৰ লগতে অহা ৩ ছেপ্তেম্বৰ বাপুজী ভৱনত জামুগুৰি ৰত্ন বটাঁ প্ৰদান অনুষ্ঠান আয়োজন কৰিবলৈ দিয়া নহব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ৷ সাংৱাদিক মেলত প্ৰজন্ম উন্মেষৰ স্বয়ম্ভূ অধ্যক্ষ অৰূপ শইকীয়াৰ বিৰুদ্ধে কঠোৰ আইনী ব্যবস্থা গ্ৰহনৰ পোষকতা কৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান দল সংগঠনৰ সদস্যই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પોરબંદર જીલ્લામાં વાહન ચેકીંગ કરી કાયદેસરની કાર્યવાહી કરતી પોલીસ
પોરબંદર જીલ્લામાં વાહન ચેકીંગ કરી કાયદેસરની કાર્યવાહી કરતી પોરબંદર પોલીસ પોરબંદર જીલ્લામાં...
মাহমৰাৰ বাজপেয়ী ভৱনত বিজেপিৰ মাহমৰা গ্ৰাম্যমণ্ডল মহিলা মৰ্চাৰ সাংগাঠনিক সভা সম্পন্ন
চৰাইদেউ জিলাৰ মাহমৰাত অৱস্থিত বিজেপিদলৰ বাজপেয়ী ভৱনত আজি মাহমৰা গ্ৰাম্য মণ্ডল মহিলা মৰ্চাৰ...
Shawl Making Process : Kashmir की कानी शॉल कितनी पुरानी है और कैसे बनती है? (BBC Hindi)
Shawl Making Process : Kashmir की कानी शॉल कितनी पुरानी है और कैसे बनती है? (BBC Hindi)
Rahul Gandhi के Lok Sabha में Speech को लेकर Shiv Sena नेता Sanjay Raut ने क्या कहा? सुनिए | Aaj Tak
Rahul Gandhi के Lok Sabha में Speech को लेकर Shiv Sena नेता Sanjay Raut ने क्या कहा? सुनिए | Aaj Tak
જૂનાગઢમા ગોબરમાંથી બનાવેલ આઈટમોને 'એમેઝોન'મા
સમાવેશ
જૂનાગઢ જિલ્લા વિકાસ ગ્રામીણ એજન્સી દ્વારા પણ ગોપી મંગલમમાં
જૂથની બહેનો દ્વારા બનાવવામાં આવતી...