টীয়ক:- ৰাজ্যিক সমৰকলা প্ৰতিযোগিতাত অসম টাইকোৱাণ্ড একাডেমী ইণ্ডিয়াৰ টীয়ক শাখাৰ সাফল্য। বঙাইগাঁওত অনুষ্ঠিত ৩৭ সংখ্যক অসম ৰাজ্যিক টাইকোৱাণ্ড প্ৰতিযোগিতাত প্ৰশিক্ষক ৰাজু কোঁৱৰৰ নেতৃত্বত টীয়ক শাখাৰ পৰা প্ৰতিনিধিত্ব কৰা ৰাজকিশোৰ দুৱৰা, অংশুমান দুৱৰা , তন্ময় জোনাক গগৈ ,চান্দোল্য কাশ্যপ শইকীয়া, জ্যোতিষ্মান বৰদলৈয়ে সোণৰ পদক আৰু পৃথিৱীৰাজ বুঢ়াগোহাঁই ব্ৰোঞ্জ পদক জয় কৰিবলৈ সক্ষম হয়। খেলুৱৈ কেইগৰাকীৰ সফলতাত এতিয়া পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী উৎফুলিত হৈ পৰিছে। ভৱিষ্যত দিনত এই একাডেমিৰ পৰাই একো একোজন সু-নিপুন খেলোৱৈ ওলাই গৈ ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সু-নাম অৰ্জন কৰিব বুলি আশাবাদী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તળાજા મેમ્બર સોસાયટી વોર્ડ 3 ગટર ગંગાથી ભારે પરેશાની
ભાવગનગર જિલ્લાના તળાજા શહેરમાં આવેલ મેમ્બર સોસાયટી વોર્ડ 3 માં ભારે ગટર ઊભરાતા રહીશો પરેશાન
▶️তিনিচুকীয়া জিলাৰ মাকুমপথাৰ পঞ্চায়তত আম আদমী পাৰ্টিৰ যোগদান কাৰ্যসূচী
▶️তিনিচুকীয়া জিলাৰ মাকুমপথাৰ পঞ্চায়তত আম আদমী পাৰ্টিৰ যোগদান কাৰ্যসূচী
झलक उठे जिले के 15 बांध, जानिए कहां कितनी हुई पानी की आवक
जिले में हो रही बरसात से 15 बांध झलक उठे है, वहीं 8 बांधों में पानी की आवक लगातार बनी हुई है। बाढ़...
"Bhaichand Pradhan Smriti Puraskar 2022 Award" Honoured to Dr Indu Prava Devi
Nepali sahitya adhyayan samiti kalengbung darjeeling and accredited organization of sahitya...
જિલ્લા વિજ્ઞાન કેન્દ્ર ધરમપુર ખાતે આઇકોનિક વીક ની ઉજવણી સંપન્ન થઈ
જિલ્લા વિજ્ઞાન કેન્દ્ર ધરમપુર ખાતે ન્યુક્લિયર પાવર કાર્પોરેશન ઓફ ઈન્ડિયા લિમિટેડ...