বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত গোগ গাঁওৰক্ষী বাহিনী উদ্যোগত আজি মঙলবাৰে সন্ধিয়া এখন ভ্ৰাগছ বিৰোধী সভা অনুষ্ঠিত হৈ যায় ৷ গোগ এল পি স্কুল প্ৰাঙ্গণত সন্ধিয়া ৭ বজাত আনুষ্ঠিত এই সভাত “গাঁৱত ড্ৰাগছৰ প্ৰাদুৰ্ভাৱ আৰু নিৰাময়” সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় ৷ গোগ গাঁৱৰ পঞ্চায়ত প্ৰতিনিধি আজিজ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে বাইহাটা চাৰিআলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল কুমাৰ নাথে ৷ আমন্ত্ৰিত অতিথি হিচাবে অংশগ্ৰহণ কৰে সহকাৰী উপ পৰিদৰ্শক অভিনৱ শইকীয়া, থানা উপদেষ্টা সমিতিৰ সম্পাদক জগদীশ ডেকা , প্ৰতিদিন টাইমৰ সাংবাদিক জ্যোতিপ্ৰসাদ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য লোক ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
vijapadi ma 2 raktdan kemp yojayo//વીજપડી મા રક્ત દાન કેમ્પ યોજાયો.
vijapadi ma 2 raktdan kemp yojayo//વીજપડી મા રક્ત દાન કેમ્પ યોજાયો.
આજરોજ વીજપડી ગામે રક્તદાન...
MONIN LAUNCHES INDIAN FLAFSHIP EXPERIENCE STUDIO
MONIN LAUNCHES INDIAN FLAFSHIP EXPERIENCE STUDIO
பொது சிவில் சட்டம் இஸ்லாமியர்களுக்கு எதிரானது அல்ல: மத்திய இணை அமைச்சர் ராம்தாஸ் அத்வாலே
பொது சிவில் சட்டமானது இஸ்லாமியா்களுக்கு எதிரானது அல்ல. அது அனைவருக்கும் பொதுவானது. எனவே,...