দৰঙৰ দলগাৱঁত চৰকাৰী শিক্ষকৰ ঘৃণনীয় কাণ্ড, পবিত্ৰ শিক্ষকৰ বৃত্তিত হানিলে কালিমা । খাৰুপেটীয়াৰ নগাজানৰৰ বাসিন্দা ঢেকীয়াজুলীত চৰকাৰী শিক্ষক হিচাপে কৰ্মৰত জাহাঙ্গীৰ ৰৌশ্বন মাহমুদ নামৰ শিক্ষক জনে প্ৰায় ডেৰ বছৰ আগত লালপুলৰ মধুপুৰ গাঁৱৰ এগৰাকী উচ্চ শিক্ষিতা ছোৱালীক বিয়া পাতে । এজাহাৰত উল্লেখ কৰা মতে, বিয়া পাতাৰ ৬ মাহ পিছৰে পৰা শিক্ষক জনে যৌতুকৰ নামত ছোৱালী পক্ষৰ পৰা চুইফ্ট ডিজায়ৰ বাহন দাবী কৰে, ইফালে ছোৱালীৰ দেউতাকৰ সক্ষমতা নথকাৰ বাবে অমান্তি হোৱাত শিক্ষক জনে নিজৰ পত্নীৰ ওপৰত আৰম্ভ কৰে শাৰীৰিক, মানসিক নিৰ্যাতন । নিৰ্যাতন সহ্য কৰিব নোৱাৰি পত্নীয়ে আত্মহত্যাৰ প্ৰচেষ্টাও কৰিছিল বুলি সংবাদ মাধ্যমৰ আগত নিজেই জনাই । ● ইফালে কিছুদিন পূৰ্বে শিক্ষক জনে নতুনকৈ ছোৱালী এজনীক বিয়া পাতি ঘৰত অনাত সৃষ্টি হয় এক হুলুস্থুলীয়া পৰিবেশ । ভুক্তভোগী পত্নীয়ে প্ৰশ্ন কৰাত তাইক মাৰ-পিট কৰি ঘৰৰ পৰা উলিয়াই দিয়াত দাখিল কৰে এজাহাৰ । পত্নীৰ অভিযোগ অনুসৰি, দ্বিতীয়বাৰৰ বাবে বিয়া পাতা ছোৱালীৰ লগত প্ৰথমা জনীৰ আগতে ন্যায়ালয়ত পঞ্জীয়ন কৰা আছিল । সেই কথা এন্ধাৰত ৰাখি বিয়া পাতিছিল ভুক্তভোগী ছোৱালী জনীক । জনীৰ এজাহাৰৰ ভিত্তিত দলগাওঁ আৰক্ষীয়ে ঢেকীয়াজুলিৰ পৰা আটক কৰে লম্পট শিক্ষক জনক । আজি দলগাওঁ আৰক্ষীয়ে 259/22 গোচৰ নম্বৰৰ ভিত্তিত জেললৈ প্ৰেৰণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સિહોર શહેરમાં દિવાળી ની ઉજવણી કરી
સિહોર શહેરમાં દિપાવલીની. ભારે ઉત્સાહપૂર્વક ઉજવણી કરવામાં આવી હતી. દિવાળીના શુભ...
સાતમ-આઠમના તહેવારને લઈને ભાવનગરની કેટલીક ટ્રેનોમાં વધારના કોચ લગાવવામાં આવશે.
સાતમ-આઠમના તહેવારને લઈને ભાવનગરની કેટલીક ટ્રેનોમાં વધારના કોચ લગાવવામાં આવશે.
arnataka Election: कर्नाटक में विधानसभा चुनाव की तारीख का एलान, लाखों रुपये कैश बरामद; तीन गिरफ्तार
कर्नाटक में विधानसभा चुनाव की तारीख का एलान होते ही आदर्श आचार संहिता लागू हो गई है। चुनावों के...
વિરપુરના ભાટપુર ગામે પ્રાથમિક શાળા વિસ્તારમાં કાદવ કિચ્ચડ થતાં બાળકો અને રહીશો પરેશાન...
તંત્ર પાણીના નિકાલની તાત્કાલિક કામગીરી કરે તેવી માંગ કરવામાં આવી..
તંત્રના પેટનું પાણી હલતુ નથી :...
Sanjay Raut यांची भाजपच्या माघारीवर प्रतिक्रिया, Raj Thackeray यांच्यावर टीका| Devendra Fadnavis
Sanjay Raut यांची भाजपच्या माघारीवर प्रतिक्रिया, Raj Thackeray यांच्यावर टीका| Devendra Fadnavis