মেট্ৰিক পৰীক্ষাত ষ্টাৰ মাৰ্ক বা তাতোকৈ অধিক নম্বৰেৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ সন্দৰ্ভত আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এক গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে। এইবাৰৰ পৰা ৰাজ্য চৰকাৰে মেট্ৰিক পৰীক্ষাত ষ্টাৰ মাৰ্ক বা তাতোকৈ অধিক নম্বৰেৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক আনন্দৰাম বৰুৱা বঁটাৰ জৰিয়তে নগদ ধন দিয়াৰ কথা ঘোষণা কৰিছিল। ইয়াৰ বাবে ৰাজ্য চৰকাৰে শিক্ষাৰ্থীসকলক বিভাগীয় ৱেবছাইটৰ জৰিয়তে নিজৰ নাম, বেংক একাউণ্টৰ সবিশেষ আদি প্ৰদান কৰিবলৈ কোৱা হৈছিল। কিন্তু ১,০৬০ গৰাকী শিক্ষাৰ্থীয়ে এতিয়ালৈকে পঞ্জীয়ন কৰা নাই বা প্ৰদান কৰা নাই বেংক একাউণ্টৰ সবিশেষ। আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নিজেই এক টুইটযোগে প্ৰকাশ কৰে এই তথ্য। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে এই কথাও জানিবলৈ দিয়ে যে বেংকৰ তথ্য প্ৰদান কৰা ২৫৪৮ গৰাকী শিক্ষাৰ্থীয়ে প্ৰদান কৰা তথ্যত বিসংগতি পোৱা গৈছে আৰু ইয়াক নাকচ কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
निर्दलीय पार्षद प्रत्याशी संध्या रावल के खिलाफ न्यायालय में विचाराधीन चुनाव याचिका खारिज
- याचिककर्ता पर 25 हजार रुपए हर्जे खर्चे का आदेश
बूंदी। जनवरी 2021 में हुए नगर निकाय चुनाव...
માત્ર ૧૦ દિવસ માં વજન ઓછું કરો |Home Workout
Six Pack Abs Workout at Home | વજન ઓછું કરવા ની કસરત | માત્ર ૧૦ દિવસ માં વજન ઓછું કરો |Home Workout
Sajini Shinde Ka Viral Video फिल्म की स्क्रीनिंग के लिए पहुंचे ये बड़े सितारे
Sajini Shinde Ka Viral Video फिल्म की स्क्रीनिंग के लिए पहुंचे ये बड़े सितारे
IPL 2024: Sunrisers Hyderabad ने Mumbai Indians को हराया, मैच में बने कई रिकॉर्ड | IPL Records
IPL 2024: Sunrisers Hyderabad ने Mumbai Indians को हराया, मैच में बने कई रिकॉर्ड | IPL Records
আলফা (স্বাঃ)ৰ বিত্ত সম্পাদক জীৱন মৰাণৰ মৃত্যু
নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাঃ)ৰ বিত্ত সম্পাদক জীৱন মৰাণৰ মৃত্যু। সন্ধিয়া ৮.৪৫ বজাত গুৱাহাটীত...