মেট্ৰিক পৰীক্ষাত ষ্টাৰ মাৰ্ক বা তাতোকৈ অধিক নম্বৰেৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ সন্দৰ্ভত আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এক গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে। এইবাৰৰ পৰা ৰাজ্য চৰকাৰে মেট্ৰিক পৰীক্ষাত ষ্টাৰ মাৰ্ক বা তাতোকৈ অধিক নম্বৰেৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক আনন্দৰাম বৰুৱা বঁটাৰ জৰিয়তে নগদ ধন দিয়াৰ কথা ঘোষণা কৰিছিল। ইয়াৰ বাবে ৰাজ্য চৰকাৰে শিক্ষাৰ্থীসকলক বিভাগীয় ৱেবছাইটৰ জৰিয়তে নিজৰ নাম, বেংক একাউণ্টৰ সবিশেষ আদি প্ৰদান কৰিবলৈ কোৱা হৈছিল। কিন্তু ১,০৬০ গৰাকী শিক্ষাৰ্থীয়ে এতিয়ালৈকে পঞ্জীয়ন কৰা নাই বা প্ৰদান কৰা নাই বেংক একাউণ্টৰ সবিশেষ। আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নিজেই এক টুইটযোগে প্ৰকাশ কৰে এই তথ্য। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে এই কথাও জানিবলৈ দিয়ে যে বেংকৰ তথ্য প্ৰদান কৰা ২৫৪৮ গৰাকী শিক্ষাৰ্থীয়ে প্ৰদান কৰা তথ্যত বিসংগতি পোৱা গৈছে আৰু ইয়াক নাকচ কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અંબાજી પગપાળા યાત્રાળુ માટે મહીસાગર મંદિર દેગમડામાં વિસામો આજથી શરૂ કરવામાં આવ્યો
અંબાજી પગપાળા યાત્રાળુ માટે મહીસાગર મંદિર દેગમડામાં વિસામો આજથી શરૂ કરવામાં આવ્યો
🔴ભાજપની સભામાં દયાભાભી ની જોરદાર કોમેડી સ્ટેજ પર ગાવ્યા ગરબા 🔴 | Daya bhabhi | new video 2022
🔴ભાજપની સભામાં દયાભાભી ની જોરદાર કોમેડી સ્ટેજ પર ગાવ્યા ગરબા 🔴 | Daya bhabhi | new video 2022
1 भी रुपया एक्स्ट्रा नहीं होगा खर्च! ऐसे करें मोबाइल रिचार्ज
फोन में रिचार्ज करवाने के लिए अब ऐप्स का इस्तेमाल किया जाने लगा है। रिचार्ज पैक खत्म होने से पहले...
দৰঙৰ গা ধোৱা চাপৰিত ভূ মাফিয়াৰ দপদপনি: হাতে হাতে দা,লাঠি , জোং লৈ বলপূৰ্বক ভূমি বেদখলৰ অপচেষ্টা
দৰঙৰ গা ধোৱা চাপৰিত ভূ মাফিয়াৰ দপদপনি ।হাতে হাতে দা,লাঠি , জোং লৈ বলপূৰ্বক ভূমি বেদখলৰ অপচেষ্টা ।
কলিয়াবৰৰ বৰঘুলি বজাৰত পথ দুৰ্ঘটনা, থিতাতে নিহত এজন
বৃহস্পতিবাৰে কলিয়াবৰৰ বৰঘুলি বজাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ড্ৰামপাৰৰ খুন্দাত ৮০ ৰ...