মহানগৰীৰ চচলত ভয়ংকৰ অগ্নিকাণ্ড 

🔸মহানগৰীৰ চচলৰ চাই বাবা মন্দিৰৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড 

🔸PALACIA PARK নামৰ এপাৰ্টমেণ্টত হ'ল ভয়ংকৰ অগ্নিকাণ্ড

🔸২নং ব্লকৰ ৬নম্বৰ মহলাৰ এটা ফ্লেটত সংঘটিত হয় এই অগ্নি কাণ্ডৰ

🔸কেইবা লাখ টকাৰ সা সম্পত্তি জুইত জাহ যায়

🔸প্ৰদীপ বৰগোহাঁই নামৰ ব্যক্তি গৰাকীৰ আছিল ফ্লেটটো

🔸ঘৰত কোনো নথকাৰ সময়ত সংঘটিত হয় এই অগ্নিকাণ্ড

🔸অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰেহি

🔸কিন্তু সেই সময়লৈ ভস্মীভূত হৈ পৰে লাখ লাখ টকাৰ সম্পত্তি