সাংস্কৃতিক মহাসভা অসমৰ কেন্দ্ৰীয় পঞ্চম কায্যনিৰ্বাহক সভাখন আজি সাংস্কৃতিক নগৰ টংলাত অনুষ্ঠিত হৈ যায়।সভাৰ আৰম্ভণিতে সভাখন গীত, মাত আৰু কথাৰে উদ্বোধন কৰে বিটিচিৰ সচিব তথা সাংস্কৃতিক কৰ্মী দিঠকানন্দ হাজৰিকাই।সাংস্কৃতিক মহাসভা অসমৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত নৰ্থ দৰং চিনিয়ৰ ছেকেন্ডাৰী স্কুলত দিনৰ ১০বজাৰ পৰা অনুষ্ঠিত কেন্দ্ৰীয় সমিতিৰ পঞ্চম কায্যনিৰ্বাহক সভা আৰু সাংস্কৃতিকা উন্মোচন আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠানটোৰ সুন্দৰ আৰু সাৱলীল ভাবে আতধৰি পৰিচালনা কৰে জিলা সমিতিৰ সভাপতি ড০হৰি ৰাম দাসে।সভাপতি হিৰণ দেবী, সম্পাদকদ্বয় জ্ঞানেন্দ্ৰ কুমাৰ চলিহা আৰু নৱজিৎ দাসৰ সম্পাদনাত প্ৰকাশিত"সাংস্কৃতিকা "উন্মোচন কৰে সাংস্কৃতিক মহাসভাৰ সভাপতি ড০পবিত্ৰ কুমাৰ শৰ্মাই।উন্মচনী ভাষণত ড০শৰ্মাই কয় যে এটা জাতিৰ পৰিচয় দাঙি ধৰিবলৈ হলে সংস্কৃতিক বাদ দি কেতিয়াও নোৱাৰে।আমাৰ সংস্কৃতিৰ ঐতিহ্য, পৰম্পৰাক ধৰিৰাখিবলৈ সকলো শিল্পী, কলা -কৌশলীলৈ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शुक्रवार को तालेडा तहसील पर हुये मेघ मेहरबान, चांदा का तालाब व बरधा के अलावा जिले के सभी बांध खाली
बून्दी। शुक्रवार को जिले मे हुई बारिश के बाद फलड कन्ट्रोल रूम ने डाटा जारी किया है। वाटर रिसोर्स...
भाजपा की जीत पर भाजपा कार्यकर्ताओं में खुशी की लहर।
भाजपा कार्यकर्ताओं ने भाजपा की तीसरी बार लगातार जीत पर खुशी की लहर।
भाजपा कार्यकर्ताओं ने...
ડીસાના ઝેરડા નજીક પોષડોડા અને કારતૂસ સાથે શખ્સને પોલીસે ઝડપ્યો
ડીસા તાલુકાના ઝેરડા નજીકથી એક સ્કોર્પિયોની તલાસી લીધી હતી. જેમાંથી પોષડોડા, 50 જીવતા કારતુસ મળી...
Vaginal Wash का इस्तेमाल करने से पहले जान लें क्या हैं इसके फायदे और नुकसान
वजाइना की गंध को दूर करने और उसे साफ रखने के लिए कई लोग सुगंधित पाउडर या साबुन का भी इस्तेमाल...
મહેમદાવાદ;કિશોરી અભિયાન મેળો યોજાયો
મહેમદાવાદ;કિશોરી અભિયાન મેળો યોજાયો