ধুম ধামেৰে লামডিঙত গণেশ চতুৰ্থীৰ উদযাপন ৷ তাৰ লগতে সংগতি ৰাখি লামডিঙৰো বিভিন্ন স্থানত গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে ৷ লামডিঙৰ গান্ধী কলনিত, ক্ৰচিংগেট, হৰুলংফাৰৰ লগতে লামডিঙৰ বিভিন্ন স্থানত গণেশ পূজাৰ আয়োজন কৰা হৈছে ৷ পূজাৰ আগদিনা আজি লামডিঙৰ বিভিন্ন স্থানলৈ এইদৰে গণেশৰ মৃণময় মূৰ্তি নিয়া পৰিলক্ষিত হয় ৷ আনফালে বিগত দুবছৰ ধৰি কভিডৰ বাবে ভক্ত গনে আনন্দ উল্লাসেৰে এই গণেশ পূজা উদযাপন কৰাৰ পৰা বঞ্চিত আছিল সেয়হে এইবাৰ সকলো ভক্ত গণে আনন্দ উল্লাস ৰে সাত দিনীয়া কাৰ্যসূচীৰে লামডিঙত গণেশ চতুৰ্থী উদযাপন কৰা হব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Deoghar Suicide: अवैध संबंध के चलते युवक ने की आत्महत्या, प्रेमिका से वीडियो कॉल पर बात करते-करते लगा ली फांसी
झारखंड के देवघर में अपनी प्रेमिका से वीडियो कॉल पर बात करने के क्रम में एक युवक ने मंगलवार...
બનાસકાંઠા જિલ્લામાં એક એવુ ગામ જ્યાં કોઈ ધાબા વાળું મકાન બનાવી શકતા નથી!જાણો આ ખાસ અહેવાલ માં
બનાસકાંઠા જિલ્લાના લાખણી તાલુકામાં આવેલ પેપળુ ગામનો ઇતિહાસ 700 વર્ષ જૂનો છે આ ગામમાં 5,000 થી...
Share Market Crash Live: शेयर बाजार में भारी गिरावट, सेंसेक्स 1,300 अंक टूटा | CNBC Awaaz
Share Market Crash Live: शेयर बाजार में भारी गिरावट, सेंसेक्स 1,300 अंक टूटा | CNBC Awaaz