১০৯ নং বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা আৰু বিধায়কৰ শিক্ষা উন্নয়ণ সমিতিৰ উদ্যোগত লগতে মাধৱদেৱ বিশ্ববিদ্যালয় পৰিয়ালৰ সহযোগত সমষ্টিটোৰ অন্তৰ্গত সকলো প্ৰাদেশীকৃত নিম্ন প্ৰাথমিক , উচ্চ প্ৰাথমিক , মজলীয়া , উচ্চ , উচ্চতৰ মাধ্যমিক , মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতি আৰু উন্নয়ণ সমিতিৰ সভাপতি আৰু বিদ্যালয় প্ৰধানসকলৰ উপস্থিতিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হ’ব এখন শৈক্ষিক অভিবৰ্তন ৷ আজি নাৰায়ণপুৰ প্ৰেছ ক্লাবত উদ্যোক্তাসকলৰ দ্বাৰা এক সংবাদমেলৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ৷ সংবাদমেল খনত লগতে জানিবলৈ দিয়ে যে অভিবৰ্তন খনত ৬০৫ শৈক্ষিক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব ৷ বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নয়ণৰ লগতে আন্তঃগাঁথনি উন্নয়ণকে ধৰি সকলো সমস্যা সন্দৰ্ভত আলোচনাই ঠাই পাব অভিবৰ্তন খনত ৷ পুৱা ন বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া অভিবৰ্তন খনত লখিমপুৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱন , মাধবদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° দিবাকৰ চন্দ্ৰ ডেকা লখিমপুৰ জিলা বিদ্যালয়সমুহৰ পৰিদৰ্শক। ড° ৰমেশ চন্দ্ৰ চুতীয়াকে প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসমৰ গাঁও নহয়, যেন স্কটলেণ্ড অথবা ছুইজাৰলেণ্ডহে - দৃশ্য দেখিলেই জুৰ পৰিব আপোনাৰ মন-প্ৰাণ
◼অসমৰ গাঁও নহয়, যেন স্কটলেণ্ড অথবা ছুইজাৰলেণ্ডহে। দৃশ্য দেখিলেই জুৰ পৰিব আপোনাৰ মন-প্ৰাণ।
રોટરેક્ટ ક્લબ ઓફ વઢવાણ સિટી દ્વારા ડી.એન.ટી હાઈસ્કૂલમાં ઓરલ હાઇજીન માટે સ્વાસ્થ્ય તપાસ કેમ્પ યોજાયો.
રોટરેક્ટ ક્લબ ઓફ વઢવાણ સિટી દ્વારા વધુ એક સેવાકીય કાર્ય થકી સમાજને ઉપયોગી થવાની કામ હાથ ધરવામાં...
Breaking News: Border-Gavaskar Trophy से पहले Rohit Sharma के घर आई खुशियां, दूसरी बार बने पिता
Breaking News: Border-Gavaskar Trophy से पहले Rohit Sharma के घर आई खुशियां, दूसरी बार बने पिता
महाराष्ट्र के नांदेड़ जिले में ऑनर किलिंग की एक बेहद ही चौकाने वाली वारदात सामने आई
महाराष्ट्र के नांदेड़ जिले में ऑनर किलिंग की एक बेहद ही चौकाने वाली वारदात सामने आई है, जहां एक...
ছিপাঝাৰত PMAY গৃহৰ নামত ধন দাবী পঞ্চায়ত কৰ্মীৰ
মুখ্যমন্ত্ৰীৰ বাৰম্বাৰ সকিয়নীকো কেৰেপ নকৰে একাংশ পঞ্চায়ত কৰ্মীয়ে।
ছিপাঝাৰৰ বৰমপুৰ গাঁও...