পশ্চিম নলবাৰীৰ ককয়াৰ বিহাৰী চ'কৰ বয গোঁসাই মন্দিৰত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উলহ-মালহেৰে উদযাপন - নিশালৈ চলিল নাম-প্ৰসংগ ।