আগন্তুক দিনত অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি লাভৰ সুবিধাৰ্থে বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা আৰু বিধায়কৰ দক্ষতা বিকাশ সমিতিৰ সহযোগত বিহপুৰীয়া সমষ্টিত এক জুলাই পৰা এমহীয়া প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈছে ৷ সমষ্টিটোৰ সামৰি শিমলুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় , ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় , নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় , লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয় , পুৱ ডিক্ৰং মহাবিদ্যালয় আৰু শংকৰদেৱ মহাবিদ্যালয় এই ছয় স্থানত সপ্তাহটোৰ দেওবাৰ বাদ দি অনুষ্ঠিত হৈছে এই প্ৰশিক্ষণ ৷ সমষ্টিটোৰ অভিজ্ঞতা সম্পন্ন ব্যক্তি আৰু অৱসৰপ্ৰাপ্ত শিক্ষক , শিক্ষাবিদে প্ৰশিক্ষণ প্ৰদান কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मा.मंत्री आ.बबनराव लोणीकर यांना वारकरी सेवा पुरस्कार जाहीर.
माजी मंत्री आमदार बबनराव लोणीकर यांना वारकरी सेवा पुरस्कार जाहीर
Shinde-Aditya face to face in Vidhan Sabha | शिंदे-आदित्य बोलले, पण नाव घेतलं नाही... काय झालं पाहा
Shinde-Aditya face to face in Vidhan Sabha | शिंदे-आदित्य बोलले, पण नाव घेतलं नाही... काय झालं पाहा
रामदास आठवले आणि फूलझेले यांच्या 'त्या' वक्तव्यांचा जिल्ह्यात तीव्र पडसाद; वंचित बहुजन आघाडीतर्फे जोडे मारो आंदोलन
दापोली :केंद्रीय मंत्री रामदास आठवले यांनी 4 ऑक्टोबर रोजी नागपूरमध्ये डॉ. बाबासाहेब आंबेडकर...
એક્ટીવા ચાલકને બચાવવા જતાં કાર પલ્ટી ખાઇ જતાં સદનસીબે જાનહાની ટળી....
ડીસા-પાલનપુર નેશનલ હાઈવે પર અકસ્માત: એક્ટિવા ચાલકને બચાવવા જતા કાર ડિવાઈડર સાથે ટકરાઈ પલ્ટી ખાતા...