অসম যুৱ অলিম্পিকত চৰাইদেউ জিলা ভাৰোত্তোলন দলৰ বিশেষ সফলতাত উৎফুল্লিত সোণাৰিবাসী। অসম যুৱ অলিম্পিকত বিশেষ সফলতা লাভ কৰি চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে ভাৰত্তোলন দলটোৱে। চৰাইদেউ জিলা ভাৰত্তোলন সন্থাৰ তত্বাৱধানত অসম যুৱ অলিম্পিকত অংশগ্ৰহণ কৰা দলটোৱে ৭ টা সোণৰ, দুটা ৰূপৰ আৰু ৪ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে চৰাইদেউ জিলাৰ দলটোত ল'ৰাৰ শাখাত ১০ জন আৰু ছোৱালী শাখাত ৮ গৰাকী খেলুৱৈয়ে ভাৰোত্তোলন ইভেণ্টত অংশগ্ৰহণ কৰিছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદમાં આવેલ લાલદરવાજા વીજળી ધર પાસે લકી હોટલ પાસે આમ આદમી પાર્ટીના સંયોજક અરવિંદ કેજરીવાલના જન્મદિવસ નિમિત્તે આમ આદમી પાર્ટી ગુજરાત પ્રદેશ માઇનોરિટી... | By Ahmedabad head line news | Facebook
અમદાવાદમાં આવેલ લાલદરવાજા વીજળી ધર પાસે લકી હોટલ પાસે આમ આદમી પાર્ટીના સંયોજક અરવિંદ કેજરીવાલના...
মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সম্ভাৱনা সংসদ সভা অনুষ্ঠিত
সৰ্ব্ব ভাৰতীয় জমিয়ত _ই_হিন্দৰ আহ্বানত দৰং আৰু মঙলদৈ (সাংগঠনিক)জিলা জমিয়ত উলামাৰ উদ্যোগত...
चेहरे पर Ice Facial करने से पहले जान लें इससे होने वाले नुकसान, नहीं तो छिन जाएगा चेहरे का निखार
आइस फेशियल आजकल काफी ट्रेंड में चल रहा है। कई सेलेब्रिटीज भी इसे अपने स्किन केयर का हिस्सा बताते...