গুৱাহাটীৰ চচলৰ ভিআইপিত ভয়ংকৰ অগ্নিকাণ্ড৷ চাইবাবা মন্দিৰলৈ যোৱা পথৰ পালাচিয়া পাৰ্ক এপাৰ্টমেন্টত এই অগ্নিকাণ্ড৷ অট্টালিকাটোৰ ব্লক-২ৰ ৬ষষ্ঠ মহলাত লাগিল জুই৷ শ্বৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত হয় এই অগ্নিকাণ্ড৷ আৱাসি সকলে ফায়াৰ এক্মটুংগুইছাৰৰে জুই নুমুৱাবলৈ চেষ্টা কৰিছিল যদিও নিৰ্বাপিত কৰিব পৰা নাছিল জুই৷ পিছত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাৰী আহি জুই নুমুৱাবলৈ সক্ষম হয়৷ ঘৰখনৰ গৰাকী ট্ৰিবেণী বুঢ়াগোহাই৷ ঘৰটোৰ এচি,ফ্ৰিজ,ৱাচিং মেছিন,টিভিকে ধৰি সকলো সামগ্ৰী জুইত ভস্মীভুত হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
RSS बोला- बांग्लादेश सरकार मूकदर्शक बनकर सब देख रही:चिन्मय कृष्ण को रिहा करें, हिंदुओं और अन्य अल्पसंख्यकों के खिलाफ जारी हिंसा तत्काल बंद हो
राष्ट्रीय स्वयं सेवक संघ (RSS) के सरकार्यवाह दत्तात्रेय होसबाले ने बांग्लादेश में हिंदुओं पर जारी...
महाबळेश्वर येथे होणार डिजिटल मिडिया संपादक पत्रकार संघटनेचे राज्यस्तरीय अधिवेशन
#viralnews #maharashtrakhabar #newsmaharashtrakhabar #crimenews #policenews #rapenews #punenews...
ছিপাঝাৰত হাজৰিকাপাৰা ৰাইজিং ক্লাৱে আৰম্ভ কৰিব ফুটবল প্ৰশিক্ষণ শিবিৰ
দৰং জিলাৰ অগ্ৰণী ক্ৰীড়ানুষ্ঠান হাজৰিকাপাৰা ৰাইজিং ক্লাৱে অনতিপলমে আৰম্ভ কৰিব উন্নতমানৰ ফুটবল...
आरजीएचएस करो भुगतान या कटौती बंद करो सरकार
आरजीएचएस के भुगतान या कटौती बंद की मांग
नैनवां।राजस्थान राज्य कर्मचारी महासघं उपशाखा...