গুৱাহাটীৰ চচলৰ ভিআইপিত ভয়ংকৰ অগ্নিকাণ্ড৷ চাইবাবা মন্দিৰলৈ যোৱা পথৰ পালাচিয়া পাৰ্ক এপাৰ্টমেন্টত এই অগ্নিকাণ্ড৷ অট্টালিকাটোৰ ব্লক-২ৰ ৬ষষ্ঠ মহলাত লাগিল জুই৷ শ্বৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত হয় এই অগ্নিকাণ্ড৷ আৱাসি সকলে ফায়াৰ এক্মটুংগুইছাৰৰে জুই নুমুৱাবলৈ চেষ্টা কৰিছিল যদিও নিৰ্বাপিত কৰিব পৰা নাছিল জুই৷ পিছত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাৰী আহি জুই নুমুৱাবলৈ সক্ষম হয়৷ ঘৰখনৰ গৰাকী ট্ৰিবেণী বুঢ়াগোহাই৷ ঘৰটোৰ এচি,ফ্ৰিজ,ৱাচিং মেছিন,টিভিকে ধৰি সকলো সামগ্ৰী জুইত ভস্মীভুত হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সাগৰত মাছ ধৰি থকাৰ সময়তে উদ্ধাৰ হৈছে ১ কোটি ১০ লাখ টকাৰ সোণ
সাগৰত মাছ ধৰি থকাৰ সময়তে উদ্ধাৰ হৈছে ১ কোটি ১০ লাখ টকাৰ সোণ
আন্তঃৰাষ্ট্ৰীয় ডেস্কঃ...
ফৰকাটিং মহাবিদ্যালয়ত বিত্তমন্ত্ৰী অজন্তা নেওগৰ অন্তৰংগ আলাপ অনুষ্ঠান
বিত্তমন্ত্ৰী অজন্তা নেওগৰ অন্তৰংগ আলাপ অনুষ্ঠান ফৰকাটিং মহাবিদ্যালয়ৰ...
ઉપલેટામાં સસ્તા અનાજનો જથ્થો ઝડપાયો
Rajkot : ઉપલેટામાં સસ્તા અનાજનો જથ્થો ઝડપાયો અને અન્ય સમાચાર | Gstv Gujarati News