ধেমাজি নগৰত ২৭ সংখ্যক ধেমাজি জিলা ভাৰোত্তোলন প্ৰতিযোগিতা ৷

ধেমাজি বালিগাঁও ভাৰোত্তোলন সংঘৰ উদ্যোগত এই প্ৰতিযোগিতা ৷

অহা ১১ চেপ্তেম্বৰত ধেমাজি ৰেলৱে ষ্টেচন সমীপৰ ৰুপনাথ ব্ৰহ্ম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ প্ৰতিযোগিতাখনৰ প্ৰস্তুতি প্ৰায় তুংগত ৷