নগাঁও জিলাৰ চামগুৰিৰ আমনিত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত থকা এজোপা পুৰণিকলীয়া বট্ গছ কাটি পেলোৱাৰ ফলত সম্প্ৰতি আশ্ৰয়হীন হ’ল হাজাৰ হাজাৰ ঘৰমুখী চৰাই৷ ফ’ৰলেণ্ড কৰ্তৃপক্ষই পথ নিৰ্মাণ কৰিবলৈকে প্ৰয়োজনত কাটিব লগা হৈছে গছবোৰ৷ কিন্তু চৰাইৰ বাসোপযোগী এই গছজোপা, বাটৰুৱাক ছাঁ দিয়া অথবা জীৱকুলক অক্সিজেনৰ যোগান ধৰা এই গছজোপা কাটি পেলোৱাৰ ফলত সৃষ্টি হোৱা পৰিৱেশ; এতিয়া দুখৰ কাৰণ হৈ পৰিছে সকলোৰে বাবে৷ বিগত ত্ৰিশ বছৰে আশ্ৰয় লৈ থকা গছজোপা নোহোৱা হৈ যোৱাৰ বাবে নিৰ্ভৰযোগ্য আশ্ৰয়স্থলৰ অভাৱত চৰাইবোৰৰ শেষ আশ্ৰয় হৈছেগৈ পথৰ কাষৰ ইলেকট্ৰিকৰ তাঁৰ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
થરાદ ખાતે આવેદનપત્ર આપવામાં આવ્યો
થરાદ ખાતે આવેદનપત્ર આપવામાં આવ્યો
જેસાવાડા ના વતની અને ભુતવડ પ્રાથમિક શાળાના આચાર્ય કિરણસિંહ ચાવડાને કબીર કોહિનૂર એવોર્ડ 2023 માટે પસંદ કરવામાં આવ્યા
દાહોદ જિલ્લાના ગરબાડા તાલુકાના જેસાવાડા ગામના વતની અને ભૂતવડ પ્રાથમિક શાળાના આચાર્ય કિરણસિંહ...
विवाहित जीवन v/s अनैतिक संबंध.
विवाहित जीवन v/s अनैतिक संबंध.
સરકારી વિનયન અને વાણિજય કોલેજ, કઠલાલ ખાતે હર ઘર તિરંગા સપ્તાહની રંગારંગ ઉજવણીનો પ્રારંભ
સરકારી વિનયન અને વાણિજ્ય કૉલેજ, કઠલાલ ખાતે તા.૦૨/૦૮/૨૦૨૨ ના રોજ આઝાદીકા અમૃત મહોત્સવ અને...