ৰাজস্থানৰ বাৰমেৰ জিলাত ভাৰতীয় বায়ু সেনাৰ মিগ-২১ প্ৰশিক্ষক এখন বিমান দুৰ্ঘটনাগ্ৰস্ত। বিমান খনত আছিল দুজন পাইলট। কিন্তু দুয়োজন পাইলটে বিমানখনৰ দুৰ্ঘটনাত শ্বহীদ হয়। ৰাজস্থানৰ উত্তৰলাই বিমানঘাচিৰ পৰা প্ৰশিক্ষণ যাত্ৰাৰ বাবে টুইন ছিটাৰ মিগ-২১ বিমানখন উৰা মাৰিছিল। তাৰ পিছতে বাৰমেৰৰ বায়টুৰ ভীমদা গাঁৱৰ সমীপত বিমানখন দুৰ্ঘটনাত পতিত হয়।ইফালে বিমান দুৰ্ঘটনাটোত শ্বহীদ হোৱা দুয়োগৰাকী পাইলটৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয়ৰ বাবে তদন্তৰ নিৰ্দেশ দিছে আইএএফে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও টুইটযোগে এই দুৰ্ঘটনাত শোক ব্যক্ত কৰে। টুইটাৰত তেওঁ লিখিছে, “ৰাজস্থানৰ বাৰমেৰৰ ওচৰত আইএএফৰ মিগ-২১ প্ৰশিক্ষক বিমানৰ দুৰ্ঘটনাৰ ফলত দুজন যোদ্ধাক হেৰুৱাই গভীৰভাৱে যন্ত্ৰণাত ভুগিছো। জাতিৰ প্ৰতি তেওঁলোকৰ সেৱা কেতিয়াও পাহৰিব নোৱাৰিব। এই দুখৰ সময়ত মোৰ সমবেদনা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Xiaomi ने पेश की 1,578 hp की पावर वाली EV SU7 Ultra, 1.97 सेकंड में पकडे़गी 100kmph की रफ्तार
Xiaomi EV SU7 Ultra स्मार्टफोन बनाने वाली दिग्गज कंपनी Xiaomi ने अपनी नई इलेक्ट्रिक कार को पेश...
Suzlon Energy: जानें म्यूचुअल फंड का क्यों बढ़ रहा निवेश? कंपनी ने कितना दिया रिटर्न? GoodReturns
Suzlon Energy: जानें म्यूचुअल फंड का क्यों बढ़ रहा निवेश? कंपनी ने कितना दिया रिटर्न? GoodReturns
कोरोना कालावधीतील खर्चाचे ऑडीट करा पालकमंत्र्यांना निवेदन@news23marathi
कोरोना कालावधीतील खर्चाचे ऑडीट करा पालकमंत्र्यांना निवेदन@news23marathi