অসমৰ প্ৰতিভাসম্পন্ন তৰুণ এথলীট অম্লান বৰগোহাঁয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই ৰাষ্ট্ৰীয় অভিলেখ স্থাপন জৰিয়তে অসমলৈ আনিলে গৌৰৱ কঢ়িয়াই ।সোমবাৰে উত্তৰ-প্ৰদেশৰ ৰায় বৰেলীত অনুষ্ঠিত হোৱা ৮৭ সংখ্যক ইন্টাৰ ৰে’লৱে এথলেটিকচ চেম্পিয়নশ্বিপত অম্লানে মাত্ৰ ১০.২৫ ছেকেণ্ডত ১০০ মিটাৰ দৌৰ সমাপ্ত কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে। ২৪ বছৰীয়া অম্লানে অমিয় কুমাৰ মালিকৰ (১০.২৫ ছেকেণ্ডৰ) ছবছৰ পুৰণি ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। ইয়াৰ পূৰ্বে অম্লানে যোৱা বছৰ ৱাৰেংগালত অনুষ্ঠিত নেশ্যনেল অ’পেনত ১০.৩৪ ছেকেণ্ডত ১০০ মিটাৰ সম্পূৰ্ণ কৰিছিল।উল্লেখযোগ্য যে উক্ত অভিলেখে অম্লানলৈ দেশৰ দ্ৰুত এথলীটৰ সন্মান কঢ়িয়াই আনে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बच्चा-बच्चा लॉरेंस के साथ, कुछ हुआ तो... लॉरेंस बिश्नोई के एनकाउंटर पर करणी सेना के इनाम को लेकर बिश्नोई समाज ने दी चेतावनी
लॉरेंस बिश्नोई को लेकर पूरे देश में अलग-अलग चर्चाओं का माहौल है. जहां पुलिस जांच में जुटी है तो...
कई समस्याओं का रामबाण इलाज है कच्चा पपीता, जानें इससे होने वाले 5 गजब के फायदे
पपीता सेहत के लिए काफी गुणकारी होता है। इसे खाने से सेहत को ढेरों फायदे मिलते हैं। आमतौर पर लोग...
વિધાનસભાના અધ્યક્ષ અને થરાદના ધારાસભ્ય શંકરભાઈ ચૌધરીએ થરાદ માં સફાઇ અભિયાન
વિધાનસભાના અધ્યક્ષ અને થરાદના ધારાસભ્ય શંકરભાઈ ચૌધરીએ થરાદ માં સફાઇ અભિયાન
बालविकास प्रकल्प अधिकारी चतुर्भुज
बालविकास प्रकल्प अधिकारी चतुर्भुज
औरंगाबाद/ नेवासा येथील पंचायत समितीचा बालविकास प्रकल्प अधिकारी...