ভৰ বাৰিষা শাওণৰ পথাৰ শুৱণি কৰি নাৰায়ণপুৰত জাক জাক ৰোৱনী নামিছে নাৰায়ণপুৰৰ পথাৰত ৷ ১০৮ নং বিহপুৰীয়া সমষ্টিত বিধায়ক অমিয় কুমাৰ ভূঞাৰ উদ্যোগত সমষ্টিভিত্তিত গঠিত বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ দ্বাৰা নাৰায়ণপুৰৰ ৰঙতিস্থ কৃষি বিভাগৰ বীজ পামৰ পয়সত্তৰ বিঘা মাটিত আজি ভুঁই ৰোৱা কাৰ্য শুভাৰম্ভ কৰা হয় ৷ বিধায়কগৰাকীৰ নেতৃত্বত কেইবাশ মহিলা সমবেত হৈ বিহুনাম গায় ভুঁই ৰোৱে ৷ সমষ্টিটোত কৃষকসকল স্বনিৰ্ভৰশীল হোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বিধায়কসকলক জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই গঠন কৰা বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ জৰিয়তে বিহপুৰীয়া সমষ্টিত চৌদিশে আৰম্ভ কৰা হৈছে কৃষিকাৰ্য ৷ তাৰেই অংশস্বৰূপে আজি ৰঙতিত আৰম্ভ হৈছে ভুঁই ৰোৱা কাৰ্য ৷ বিজেপি দলৰ পঞ্চায়ত প্ৰতিনিধি জিলা পৰিষদ সদস্য সদস্যা আৰু বিষয়ববীয়াৰ লগতে কৰ্মকৰ্তাসকলে একেলগে ভুঁই ৰুই আনন্দ উল্লাহ কৰি সমষ্টিবাসীক কৃষিৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ বাৰ্তা প্ৰেৰণ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बूंदी के 783 वे स्थापना दिवस के अवसर पर द नाहर संस्था एवं अडानी विलमार लिमिटेड के संयुक्त तत्वाधान में पौधे लगाओ, बूंदी सजाओ अभियान
बूंदी के 783 वे स्थापना दिवस के अवसर पर द नाहर संस्था एवं अडानी विलमार लिमिटेड के संयुक्त...
It's victory of Modi policies and welfare programs, Time for Gandhi family to quit politics : Chugh
BJP national general secretary Tarun Chugh today hailed the party victory in Rajasthan, Madhya...
રાજસ્થાન ના કયા જિલ્લામાં મોબાઈલ ટાવર થયો ધરાશાઈ
રાજસ્થાન રાજ્યના કેટલાક ભાગોમાં ભારેથી અતિભારે વરસાદની સાથે પવન ફૂંકાતા ભારે નુકશાન થયું
...
নুমলীগড়ত বন্যহস্তীৰ কৰুণ মৃত্যু
এফালে জয়মালাক উদ্ধাৰৰ চেষ্টা আনফালে নুমলীগড়ত বন্যহস্তীৰ কৰুণ মৃত্যু । খাদ্যৰ সন্ধানত ওলাই...