ভৰ বাৰিষা শাওণৰ পথাৰ শুৱণি কৰি নাৰায়ণপুৰত জাক জাক ৰোৱনী নামিছে নাৰায়ণপুৰৰ পথাৰত ৷ ১০৮ নং বিহপুৰীয়া সমষ্টিত বিধায়ক অমিয় কুমাৰ ভূঞাৰ উদ্যোগত সমষ্টিভিত্তিত গঠিত বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ দ্বাৰা নাৰায়ণপুৰৰ ৰঙতিস্থ কৃষি বিভাগৰ বীজ পামৰ পয়সত্তৰ বিঘা মাটিত আজি ভুঁই ৰোৱা কাৰ্য শুভাৰম্ভ কৰা হয় ৷ বিধায়কগৰাকীৰ নেতৃত্বত কেইবাশ মহিলা সমবেত হৈ বিহুনাম গায় ভুঁই ৰোৱে ৷ সমষ্টিটোত কৃষকসকল স্বনিৰ্ভৰশীল হোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বিধায়কসকলক জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই গঠন কৰা বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ জৰিয়তে বিহপুৰীয়া সমষ্টিত চৌদিশে আৰম্ভ কৰা হৈছে কৃষিকাৰ্য ৷ তাৰেই অংশস্বৰূপে আজি ৰঙতিত আৰম্ভ হৈছে ভুঁই ৰোৱা কাৰ্য ৷ বিজেপি দলৰ পঞ্চায়ত প্ৰতিনিধি জিলা পৰিষদ সদস্য সদস্যা আৰু বিষয়ববীয়াৰ লগতে কৰ্মকৰ্তাসকলে একেলগে ভুঁই ৰুই আনন্দ উল্লাহ কৰি সমষ্টিবাসীক কৃষিৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ বাৰ্তা প্ৰেৰণ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भगवती मानव कल्याण संगठन एवं भारतीय शक्ति चेतना पन्ना के कार्यकर्ताओं ने पकड़ी अवैध शराब
*भगवती मानव कल्याण संगठन एवं भारतीय शक्ति चेतना पार्टी पन्ना के कार्यकर्ताओं ने पकड़ी (50 पाव...
দৰঙৰ কৌপাটীত পথ অৱৰোধ কৰি ৰাইজৰ তীব্ৰ প্ৰতিবাদ
দৰঙৰ কৌপাটীত পথ অৱৰোধ কৰি ৰাইজৰ তীব্ৰ প্ৰতিবাদ। কৌপাটীত নিৰ্মীয়মান অসম মালা আচঁনিৰ...
મોટા દડવા ગામે બાળકના અપહરણની પોલીસ ફરિયાદ નોંધાય
મોટા દડવા ગામે બાળકના અપહરણની પોલીસ ફરિયાદ નોંધાય
जेष्ठ पत्रकाराबध्दल अपशब्द काढणाऱ्या भाजपच्या पूनम पवार विरोधात धर्माबादेत पत्रकार एकवटले. (जाहिर निषेध करून दिले प्रशासनास निवेदन)
सिध्देश्वर मठपती-नांदेड प्रतिनिधी.
धर्माबाद नगर परिषद सभागृहात दिनांक २६ जून रोजी आयोजीत जनता...