ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ঘূগুলনী গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। চাৰিদিন ধৰি সন্ধানহীন হৈ আছে একেখন গাঁৱৰে ৩ গৰাকীকৈ কিশোৰী।পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি,শনিবাৰে বিদ্যালয়লৈ বুলি ঘৰৰ পৰা ওলাই গৈ আৰু উভতি অহা নাই ঘূগুলনী গাঁৱৰ তিনিগৰাকীকৈ কিশোৰী। নিৰুদ্দিষ্ট কিশোৰী কেইগৰাকী হৈছে- অষ্টমী চালুক, চমাৰী টুটী আৰু মমী টুটী। শনিবাৰৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ শুংসূত্ৰ নাই তিনিওগৰাকী কিশোৰীৰ ।টিংখাঙৰ লেঙেৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী অষ্টমী চালুক।অষ্টমীৰ লগতে একে দিনাই নিৰুদ্দেশ হৈ আছে গাঁওখনৰ আন দুগৰাকী কিশোৰী চমাৰী টুটী আৰু মমী টুটী।ইতিমধ্যে ঘটনা সন্দৰ্ভত বামুণবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে তিনি ভুক্তভোগী পৰিয়ালে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
इंदिरा कॉलोनी में भारतीय जनता पार्टी द्वारा लगाया गया निशुल्क स्वास्थ्य शिविर मरीजों को मिला लाभ
इंदिरा कॉलोनी में भारतीय जनता पार्टी द्वारा लगाया गया निशुल्क स्वास्थ्य शिविर मरीजों को मिला लाभ
घाटशेंद्रा येथे जागतिक वयोवृद्ध दिवस संपन्न
घाटशेंद्रा येथे जागतिक वयोवृद्ध दिवस संपन्न
Farmers Protest: किसानों के प्रदर्शन को लेकर हरियाणा सरकार का बड़ा फैसला | Internet Service
Farmers Protest: किसानों के प्रदर्शन को लेकर हरियाणा सरकार का बड़ा फैसला | Internet Service
माजी आ. हर्शवर्धन जाधव यांच्या मोर्चाला आले यश
औरंगाबाद : माजी आ. हर्शवर्धन जाधव यांच्या मोर्चाला आले यश