কবি , সাহিত্যিক, গল্পকাৰ , অসম সাহিত্য সভাৰ উপ সভাপতিৰ পদঅলংকৃত কৰা তৰুণ চন্দ্ৰ পামেগামৰ ৩৮ সংখ্যক মৃত্যু বাৰ্ষিক উপলক্ষে আজি  প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ৷ 

মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ উদ্যোগত শ্ৰী শ্ৰী পিতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰতিষ্ঠা কৰা প্ৰতিমূৰ্তি উন্মোচিত কৰে মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰমানন্দ চায়েঙীয়াই   ৷