কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত গড়পোট গাৱঁৰ ৺মনমোহন কলিতাৰ পুত্ৰ খগেন কলিতা চিলংৰ এটি ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী আছিল৷উক্ত প্ৰতিষ্ঠানত কৰ্মৰত হৈ থাকোতে যোৱা ২০২২ চনৰ দহ অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ ব্ৰেইন টিউমাৰ ধৰা পৰে৷জি এম চি এইছত তিনিমাহ চিকিৎসাধীন হৈ থকাৰ অন্তত চলিত বৰ্ষৰ চাৰি জানুৱাৰীত ব্ৰেইন অপাৰেচন কৰে৷অপাৰেচনৰ পিচত বৰ্তমানলৈ চলি থকাৰ মাজতে সম্প্ৰতি ৰোগটোৱে পুনৰাই গ্ৰাস কৰে৷সম্প্ৰতি তেওঁ সকলো কথাই পাহৰি যোৱাৰ উপৰিও শয্যাগত হৈ পৰিছে৷এইবেলি পৰিয়ালে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাত হস্পিতাল কতৃপক্ষই তেওঁক অসমৰ বাহিৰত নি পুনৰাই অপাৰেচন কৰিবলৈ পৰামৰ্শ দিয়ে৷ফলত উপায়হীন হৈ পৰিছে তেওঁৰ পত্নী৷আৰ্থিক দৈন্যতাত ভোগা তেওঁৰ পত্নীৰ লগতে একাংশ শুভাকাংক্ষী ৰাইজে সহায় বিচাৰি চছিয়েল মেডিয়াত প্ৰচাৰ কৰিছে৷কোনো সুহৃদবান ৰাইজ তথা দল সংগঠনে উক্ত ব্যক্তি গৰাকীক সহায় কৰিব খুজিলে একাউণ্ট নং 39482148439 আৰু G Pay no 8256983424 ত সহায় কৰিব পাৰিব৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সামাজিক মাধ্যমত চাকৰি নিযুক্তি সন্দৰ্ভত উৎকোচ চলা বুলি টুইট কৰি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাস
সামাজিক মাধ্যমত চাকৰি নিযুক্তি সন্দৰ্ভত উৎকোচ চলা বুলি টুইট কৰি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসে কিহৰ...
પકોડી ખાતો હાથી જોયો છે ? જોઈ લો કેવી મજાથી ખાય છે પકોડી... #viralvideo #elephantvideo
પકોડી ખાતો હાથી જોયો છે ? જોઈ લો કેવી મજાથી ખાય છે પકોડી... #viralvideo #elephantvideo
5.6 तीव्रता के भूकंप से हिला न्यूजीलैंड, घरों से बाहर निकलकर भागे लोग
न्यूजीलैंड में भूकंप से धरती कांप उठी है। भूकंप की तीव्रता रिक्टर पैमाने पर 5.6 मापी गई है। भूकंप...
દિયોદરના કોટડા નજીક ડમ્પરની ટક્કરે આશાસ્પદ યુવકનું મોત
દિયોદર તાલુકાના કોટડા નજીક શનિવારે સાંજે ડમ્પર ચાલકે બાઇકને પાછળથી ટક્કર મારી હતી. જેમાં...
Mahua Moitra को मिला Congress का समर्थन, Adhir Ranjan बोले- बदले की भावना से हो रही कार्रवाई
Mahua Moitra को मिला Congress का समर्थन, Adhir Ranjan बोले- बदले की भावना से हो रही कार्रवाई