ক্ৰছৰ ভোটিং সন্দৰ্ভত কোনো মন্তব্য নকৰিবলৈ দলীয় বিধায়ক আৰু সাংসদ সকললৈ সতৰ্কবাণী অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ।